• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ চোৰাং চিকাৰীৰ দেহত ক’ভিড-১৯; বোকাখাত আৰক্ষীৰ মাজত হাহাকাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 21, 2020 10:04 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে মণিপুৰৰ চুড়াচান্দপুৰৰ এক বস্তিৰ পৰা বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড চিনজাচন ভাল্টেক ৷

কৰায়ত্ব কৰা পিছত বোকাখাত আৰক্ষীৰ জিম্মাতে জেৰা কৰা হৈছিল চিনজাচন ভাল্টেক৷

Apply Now

সম্প্ৰতি মণিপুৰৰ এই দুধৰ্ষ চিকাৰীৰ শৰীৰত ক’ভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিছত এতিয়া হুৱদুৱা লাগিছে বোকাখাত আৰক্ষীৰ মাজত৷

২ জুলাইত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা কৰায়ত্ব কৰি অনা চোৰাংচিকাৰী চিনজাচন ভাল্টেক তদন্তৰ খাতিৰত জেৰা কৰোতে নিকট সান্নিধ্য লৈ আহিছিল বোকাখাতৰ আৰক্ষী। 

২ জুলাইত মণিপুৰৰ আৰক্ষীৰ সহযােগত বোকাখাতৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যান-বাহন আৰক্ষীৰ নিতুল ফুকনৰ নেতৃত্বত যােৱা এটা দলে চোৰাংচিকাৰী জনক গ্রেপ্তাৰ কৰি গাড়ীৰে বোকাখাতলৈ আনিছিল৷ 

৩ জুলাইত চোৰাংচিকাৰী চিনজাচন ভাল্টেক আদালতত হাজিৰ কৰাই চাৰিদিনৰ বাবে নিজৰ জিম্মাত ৰাখিছিল বোকাখাত আৰক্ষীয়ে৷ এই চাৰিদিনত বোকাখাত আৰক্ষীয়ে মাৰাথান জেৰা চলাইছিল চিনজাচন ভাল্টেক৷

চাৰিদিনৰ জেৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল চোৰাংচিকাৰী চিনজাচন ভাল্টেক। কিন্তু অনুসন্ধানৰ খাতিৰত পুনৰ ১৭ জুলাইত  চিনজাচন ভাল্টেক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছিল৷

এই সময়ছােৱাত কভিড ১৯ ৰ পৰীক্ষাৰ বাবে চিনজাচন ভাল্টেৰ স্বোৱাব সংগ্রহ কৰিছিল স্বাস্থ্য বিভাগে। ২০ জুলাইত স্বোৱাব পৰীক্ষাৰ শেষত চোৰাংচিকাৰী চিনজাচন ভাল্টেৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰাত আতংকিত হৈ পৰিছে বোকাখাত আৰক্ষী থানাৰ সকলাে আৰক্ষী।

তাৎক্ষণিকভাবে অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰে থানাখনৰ লগতে থানাৰ চৌহদ বীজাণুমুক্ত কৰাৰ বাবে চেনিটাইজেচন কৰে বোকাখাত আৰক্ষীয়ে। 

চিনজাচন ভাল্টেৰ শৰীৰত কোভিড-১৯ ৰ সংক্ৰমণ  ধৰা পৰা পাছত এতিয়া থানা চৌহদৰ সকলাে আৰক্ষীয়েই আতংকিত হৈ পৰাৰ লগতে স্বোৱাব পৰীক্ষাৰ বাবেও সাজু হৈছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd