DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 11:04 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

28.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ পৰা ত্ৰিপুৰালৈ কৰ্মৰ সন্ধান অহা এগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ৮ মে’ত চিকিৎসালয়ত মৃত্যু হয়।

বৰ্তমানলৈ মৃত্যু হোৱা ৰাজস্থানৰ প্ৰব্ৰজিত শ্ৰমিকজনৰ সম্পূৰ্ণ পৰিছয় জানিব পৰা হোৱা নায়।

মৃত্যু হোৱা শ্ৰমিকজনৰ মৃতদেহটো বৰ্তমান চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।

দেশত ল’কডাউনৰ বাবে প্ৰব্ৰজিত শ্ৰমিক সকলে সন্মুখিন হৈ অহা সমস্যাৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে ত্ৰিপুৰাত এনেদৰে ৰাজস্থানৰ পৰা কাম কৰিবলৈ অহা শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

ত্ৰিপুৰাত কাম কৰিবলৈ অহা ৰাজস্থানৰ শ্ৰমিক গৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ সময়তে বিগত মাহত দক্ষিণ ত্ৰিপুৰাৰৰ জলাইবাৰী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

‘‘তেওঁ একো স্পষ্টকে ক’ব পৰা নাছিল, শ্ৰমিকজন যথেষ্ট দুৰ্বল আছিল। শ্ৰমিকজনে নিজৰ নাম ৰাজু আৰু ৰাজস্থানৰ বাসিন্দা বুলি কোৱাৰ বাহিৰে একো ক’ব পৰা নাছিল,’’চিকিৎসালয়খনৰ এগৰাকী চিকিৎসা কৰ্মীয়ে কয়।

উল্লেখযোগ্য যে, ৮ এপ্ৰিলত চিকিৎসালয়খনৰ কৰ্মচাৰী সকলে ৰাজুক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল। তেতিয়াৰে পৰা শ্ৰমিকজনক ড০ বিনিতা চাকমাৰ অধীনত চিকিৎসা প্ৰদান কৰি থকা হৈছিল।

চিকিৎসালয়খনৰ কৰ্মচাৰী সকলে ল’কডাউন চলি থকা বাবে ৰাজুক উন্নত চিকিৎসাৰ বাবে আগৰতলালৈ প্ৰেৰণ কৰা সম্ভৱ নহ’ল বুলিও লগতে জানিবলৈ দিয়ে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd