DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
September 17, 2020 7:12 pm
Covid19: 1586 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

453
VIEWS
Share on FacebookShare on Twitter

আৰু এগৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে বোকাখাতত প্ৰাণ হেৰুৱাইছে।

বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত বিগত দুটা দিন চিকিৎসাধীন হৈ থকা ৰমেন্দ্ৰ কুমাৰ দেৱ নামৰ ৰোগীৰ কভিড১৯ৰ সংক্ৰমনত মৃত্যু হয়৷

লোকজন যোৱা দুটা দিন ডায়েৰিয়াত আক্ৰান্ত হৈ আছিল লোকজন৷ আজি পুৱা চিকিৎসাৰ বাবে বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ ৰমেন্দ্ৰ কুমাৰ দেৱক অনাত প্ৰথমেই তেওঁৰ এন্টিজেন টেষ্ট কৰোৱাত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰে৷

ইয়াৰ পিচত তেওঁক চেলাইন দিয়াৰ সময়তেই  লোকজনৰ চিকিৎসালয়তেই মৃত্যু হয়৷

দীৰ্ঘ সময় ধৰি ৰমেন্দ্ৰ কুমাৰ দেৱৰ মৃতদেহ চিকিৎসালয়তেই পৰি ৰোৱাৰ শেষত পিপিই কিট পৰিধান কৰি পৰিয়ালৰ লোকে ৰমেন্দ্ৰ কুমাৰ দেৱৰ শৱদেহ সৎকাৰ কৰে৷

ক’ভিড পৰীক্ষাত মৃত লোকজনৰ কন্যাৰ শৰীৰতো ক’ভিড সংক্ৰমণ ধৰা পৰিছে৷

ৰমেন্দ্ৰ কুমাৰ দেৱকে ধৰি কভিড১৯ৰ সংক্ৰমনত বোকাখাতত এতিয়ালৈ ৫ জন লোকৰ মৃত্যু হৈছে।

আৰু মুঠ ১০৯০ জন লোকৰ শৰীৰত কভিড ১৯ সংক্ৰমন ধৰা পৰিছে৷

Tags: COVID-19

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd