• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : এজনক ৰাইজৰ প্ৰহাৰ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , September 28, 2018 6:30 am

1 min read

2017-05-29

ভঙাগড় আৰক্ষী থানা। ফাইল ফটো

145
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা মহানগৰীৰ ভঙাগড়ত শিশু অপহৰণৰ ঘটনা এটাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। ভঙাগড়ৰ নেমকেয়াৰ হাস্পাতালৰ সন্মুখতে এই ঘটনা সংঘটিত হয়।

ঘটনা অনুসৰি শিশু অপহৰণকাৰীৰ সন্দেহত ধৰ্মেন্দ্ৰ কাকতি নামৰ এজন লোকক ৰাইজে বেয়াকৈ প্ৰহাৰ কৰে।

ৰাইজৰ অভিযোগ অনুসৰি নেমকেয়াৰ হাস্পাতালৰ সমীপৰ এটি পাঁচ বছৰীয়া শিশুক ধৰ্মেন্দ্ৰ কাকতিয়ে তেওঁৰ গাড়ীত উঠাই অপহৰণ কৰি নিব বিচাৰিছিল। পাছত তাত থকা লোকে ঘটনাটো দেখি তেওঁক কৰায়ত্ব কৰে আৰু শিশুটিক উদ্ধাৰ কৰে।

ইপিনে, এই ঘটনা সন্দৰ্ভত ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধিয়ে কয় যে লোকজন এজন গাড়ী চালক আৰু তেওঁ গাড়ীখনৰ মালিকক চিকিৎসাৰ বাবে নেমকেয়াৰ হাস্পাতাললৈ লৈ আনিছিল। মালিক চিকিৎসালয়ৰ ভিতৰলৈ যোৱাত তেওঁ গাড়ীখনত বহি আছিল। তেনেতে শিশুটি আহি তেওঁৰ গাড়ীৰ দৰ্জা খুলি ভিতৰত সোমায়। তেতিয়া শিশুটিক ধেমালি কৰি চালক ধৰ্মেন্দ্ৰই গাড়ীৰ দৰ্জাখন বন্ধ কৰি দিয়ে।

এই ঘটনা দেখি ওচৰতে থকা একাংশ লোকে হৈ চৈ লগায় আৰু ধৰ্মেন্দ্ৰই শিশুটিক অপহৰণ কৰি নিব বিচৰা বুলি তেওঁক বেয়াকৈ মাৰধৰ কৰে। পাছত আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰে।

ইপিনে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ধৰ্মেন্দ্ৰ কাকতি নামৰ লোকজনক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্ত্তি কৰায়।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd