DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ নামদাঙৰ চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
July 20, 2021 6:01 pm
Injured in Tiger attacked

বাঘৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন বিমল দহোটিয়া। ফটো: নৰ্থইষ্ট নাও।

131
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলৰ এখন ব্যক্তিগত চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপাপ্ত হয় বিমল দহটীয়া(৩৫) নামৰ এজন ব্যক্তি।

বৰ্তমানে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিমল।

পুৱতি নিশা এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

লেখাপানী বন বিভাগৰ অধীনস্থ নামদাং এলেকাত বাঘৰ আক্ৰমণত এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

পূৰ্বেও উক্ত অঞ্চলত বাঘে মানুহক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।

কাকপথাৰ নিবাসী তথা বিবাহিত বিমল দহটীয়াই নামদাং অঞ্চলৰ এখন ব্যক্তিগত চাহ বাগিচাত কৰ্মচাৰী হিচাপে আছিল।

Recent News

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd