DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাট মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস; গুৰুতৰভাৱে আহত এজন

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 22, 2021 2:11 pm
IMG_20210622_105553

বন্যহস্তীৰ আক্রমণত গুৰুতৰভাৱে আহত হৰেন গগৈ। ফটো: নৰ্থইষ্ট নাও।

185
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা গোলাঘাট ১ নং মুৰফুলনী গাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক। আহত ব্যক্তি গৰাকীৰ নাম হ’ল হৰেণ গগৈ।

জানিব পৰা মতে, পুৱা প্ৰায় ৭-০০ বজাত নদীত গা-ধুবলৈ যাওঁতে বনৰীয়া হাতীয়ে  আক্ৰমণ কৰে লোকজনক।

শৰীৰত বিভিন্ন অংশ বিশেষকৈ বুকু,ডিঙি ,হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে হৰেণ গগৈ।

বনৰীয়া হাতীয়ে গচকি গছ পাতেৰে ঢাকি থৈ যোৱা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

অচেতন হৈ পৰা মানুহজনক ততাতৈয়াকৈ গোলাঘাটস্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে।

ইফালে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা লোকজনৰ উন্নত চিকিৎসাৰ কাৰণে নাই মজুত ধন।

সেয়ে আঘাতপ্ৰাপ্ত হৰেণ গগৈৰ পৰিয়ালে বন বিভাগৰ পৰা বন্যহস্তীৰ আক্ৰমণৰ ক্ষতিপূৰণ দাবী কৰিছে ।

উল্লেখ্য যে ,গোলাঘাটৰ বৃহত্তৰ মুৰফুলনী অঞ্চলত দিনক দিনে বন্যহস্তীৰ সন্ত্ৰাস বৃদ্ধি পাইছে।

ৰাইজৰ অভিযোগ যে বনবিভাগৰ নিষ্ক্ৰিয় ভূমিকাই এই হাতী-মানুহৰ সংঘাত ৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে।

Recent News

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd