DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2020 12:44 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত এগৰাকী আৰক্ষী জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

আৰক্ষী জোৱানজনৰ নাম অনিল চন্দ্ৰ ৰায়। তেওঁ 8th APBN ৰ জোৱান।

এমাহ পূৰ্বে বঙাইগাঁওৰ অষ্টম APBN কাৰ্য্যালয়ৰ পৰা গুৱাহাটীত কৰ্তব্যৰ বাবে অনা হৈছিল জোৱানজনক।

জোৱানজন মালিগাঁওৰ নেতাজী বিদ্যাপীঠৰ অস্থায়ী শিবিৰত আছিল। তেওঁৰ লগত প্ৰায় ৬০-৭০ গৰাকী জোৱানক একেলগে শিবিৰটোত ৰখা হৈছিল।

কিছু দিনৰ পৰা জোৱানজন জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল। সেয়েহে তেওঁ নিজে যোৱা মঙ্গলবাৰে MMCH ত স্বাৱ টেষ্ট কৰায়।

ইয়াৰ পাছতে বৃহস্পতিবাৰে নিশা তেওঁৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

বৰ্তমান MMCH তে চিকিৎসাধীন হৈ আছে আৰক্ষী জোৱানজন।

ইপিনে, তেওঁৰ সংস্পৰ্শলৈ অহা জোৱানকেইজনক নেতাজী বিদ্যাপীঠতে কোৱাৰেন্টাইন কৰা হৈছে।

এক সূত্ৰই জনোৱা অনুসৰি জোৱানজন মহানগৰীৰ সৰু সজাই ষ্টেডিয়াম কোৱাৰেন্টাইন চেণ্টাৰ আৰু পল্টনবজাৰ এলেকাত কৰ্তব্যত নিয়োজিত হৈছিল।

অৱশ্যে, কেনেকৈ কাৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁ কৰ’না আক্ৰান্ত হ’ল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই।

তদুপৰি, মহানগৰীৰ ৰূপনগৰৰ ৰূপালী পথৰ এটি ১১ মহীয়া শিশুৰ দেহটো কালি নিশা ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

শিশু টিৰ সৈতে মাতৃকো GMCH ত থকাৰ অনুমতি দিয়া হৈছে। শিশুটি পিতৃ-মাতৃৰ সৈতে বিমানযোগে ৰাজস্থানৰ পৰা আহি ৩ জুনত গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল।

ইপিনে, কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা লাচিত নগৰৰ হনুমান মন্দিৰৰ পুৰোহিতো আক্ৰান্ত হৈছে কোভিড-১৯ পজিটিভিত।

ইতিমধ্যে, মহানগৰীত ৩৫ টালৈ বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা।

Tags: COVID-19

Recent News

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd