• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৌৰভ গাংগুলী সন্দৰ্ভত ১২ বছৰ পূৰ্বেই কৰিছিল ভৱিষ্যৎবাণী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2019 6:50 pm
virendersehwaggangulyl
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ বছৰ পূৰ্বতে কৰি থোৱা দুটা ভৱিষ্যৎবাণীৰ বাবে শেহতীয়াকৈ সংবাদ মাধ্যমত খুব চৰ্চিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিস্ফোৰক অপেনিং বেটছমেন বীৰন্দ্ৰ সেহৱাগৰ নাম।

ছ’চিয়েল মিডিয়াত খুহুতীয়া তথা মনোগ্ৰাহী মন্তব্যৰ বাবে জনপ্ৰিয় সেহৱাগে আচলতে ২০০৭ চনতে সৌৰভ গাংগুলী বি চি চি আইৰ অধ্যক্ষ আৰু এদিন পশ্চিম বংগৰ মুখ্য মন্ত্ৰী হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল।

Apply Now

গাংগুলী বি চি চি আইৰ অধ্যক্ষ হ’ব বুলি কৰা ভৱিষ্যৎবাণীটো ফলিয়ালে এতিয়া দ্বিতীয়টো ভৱিষ্যৎবাণী ফলিওৱাৰ আশাত আছে সেহৱাগ।

সেহৱাগে ইণ্ডিয়ান এক্সপ্ৰেছত লিখা স্তম্ভত উল্লেখ কৰি কয়, ‘দাদা ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱা বুলি যেতিয়া প্ৰথম শুনিছিলো, সেই মূহুৰ্তত ২০০৭ চনৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ কথা মনত পৰি গৈছিল’।

১২ বছৰ আগৰ কথা মনত পেলাই লিখে, ‘কেপটাউন টেষ্ট চলি আছিল। উক্ত মেচখনত মই আৰু ৱাছিম জাফাৰ সোনকালেই আউট হৈছিলো। ৪ নম্বৰত টেণ্ডুলাকাৰে বেটিং কৰাৰ কথা আছিল, কিন্তু ক্ৰিজত তেওঁ যাব নোৱাৰাৰ বাবে বেটিং কৰিবলৈ যাব লগীয়া হ’ল গাংগুলী। গাংগুলীৰ বাবে সেইটো আছিল প্ৰত্যাৱৰ্তন শৃংখলা’।

৪১ বছৰীয়া সেহৱাগে আৰু লিখে, ‘সেইদিনা তেওঁ কোনো চাপ নোলোৱাকৈয়ে দলৰ বিপদৰ সময়ত যিদৰে খেলিছিল, সেয়া একমাত্ৰ তেওঁৰ বাবেহে সম্ভৱ’।

‘সেইদিনা আমি সকলোৱে ড্ৰেছিং ৰুমত আলোচনা কৰিছিলো যে যদি আমাৰ মাজৰ কোনোবা বি চি চি আইৰ অধ্যক্ষ হ’ব পাৰে, তেন্তে সেয়া দাদা। তেওঁ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী হ’ব বুলিও মই কৈছিলো। মোৰ দুটা ভৱিষ্যৎবাণীৰ এটা সত্য হ’ল এতিয়া দ্বিতীয়টো কি হয় দেখা যাওক’।

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত বি চি চি আইৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল সৌৰভ গাংগুলীয়ে। তেওঁ অহা বছৰৰ জুলাইলৈকে অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd