DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত চাঞ্চল্য; দাৰ ঘাপত আহত এজন, আৰক্ষীৰ শূন্যলৈ গুলী, লাঠীচালনা

উত্তম শইকীয়া by উত্তম শইকীয়া
May 17, 2020 9:28 pm
1k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত থানাৰ অন্তৰ্গত ৰজাবাৰী গড়োপাৰা নেপালীখুটিত দেওবাৰে বিয়লি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

এজন লোকক একেখন গাঁৱৰে আন এজনে দাৰে ঘপিয়াই আহত কৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলী ফুটোৱাৰ লগতে লাঠীচালনাও কৰিব লগা হয়৷

দিলীপ ঘাটোৱাৰ নামৰ লোকজনক একে গাঁৱৰে জয়ন্ত দাস নামৰ এজন লোকে দাৰে ডিঙিত ঘপিয়াই আহত কৰে৷

গুৰুতৰভাৱে আহত দিলীপ ঘাটোৱাৰক বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ঘটনাত দিলীপ ঘাটোৱাৰ গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ জয়ন্ত দাসক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰোতে দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰি সমীপৰে এঘৰত আশ্ৰয় লয়৷

উত্তেজিত ৰাইজে জয়ন্ত দাসে আশ্ৰয় লোৱা ঘৰটো ঘেৰাও কৰি জয়ন্তক উলিয়াই দিবলৈ দাবী জনায়৷

এনে সময়তে বোকাখাতৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দণ্ডাধীশক খবৰ দিয়ে৷

বোকাখাতৰ মহকুমা দণ্ডাধীশ শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ অতিৰিক্ত আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয়৷

কিন্তু পৰিস্থিতিৰ অধিক অৱনতি ঘটাত উত্তেজিত ৰাইজক আঁতৰাই পঠাবৰ বাবে আৰক্ষীয়ে শূন্যলৈ চাৰি জাঁই গুলী ফুটোৱাৰ উপৰিও লাঠীচালনাও কৰিব লগা হয়৷

ইয়াৰ পাচতে উত্তেজিত ৰাইজ আঁতৰি যোৱাত আৰক্ষীয়ে আত্মগোপন কৰি থকা ঘৰটোৰ ভিতৰৰ পৰা জয়ন্ত দাসক আটক কৰি বোকাখাত আৰক্ষী থানালৈ লৈ যায়৷

Recent News

Saweety Boora Women's World Boxing Championship

বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্বৰ্ণিল দৌৰ: নিতুৰ পিছতে এইবাৰ ছ’ইটীৰ শিৰতো স্বৰ্ণ

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd