DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ ৪৮ ঘণ্টীয়া বন্ধ, বাতিলৰ আহ্বান অ’ এন জি চিৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 18, 2019 6:22 pm
ONGC appeals to withdraw 48 hours bandh

প্ৰতীকী ছবি।

5.2k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া কেইটামান সংগঠনে “অসম বন্ধ” দিছিল। তাৰ পিছতে আন কিছুৱে ১৯ ছেপ্তেম্বৰৰ পৰা ঘোষণা কৰা “অ’ এন জি চি বন্ধ” উঠাই ল’বলৈ কোম্পানিটোৱে আহ্বান জনাইছে।

অ’ এন জি চিৰ এনুৱেল ৰে’ট কণ্ট্ৰেক্তত প্ৰশ্ন তুলি কিছু সংগঠনে ৪৮ ঘণ্টাৰ বাবে বন্ধটো আহ্বান কৰিছে।

বন্ধই দেশৰ লগতে অসম আৰু অ’ এন জি চিৰ ভীষণ আৰ্থিক ক্ষতি কৰে বুলি উল্লেখ কৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে এই গোহাৰি জনাইছে।

সংগঠনসমূহে ধাৰণা কৰাৰ দৰে এ আৰ চিত যোগ্যতাৰ মাপসমূহ (qualifying criterion)ৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই, অ’ এন জি চিৰ বিবৃতিত প্ৰকাশ।

অ’ এন জি চিয়ে লগতে কৈছে যে যোৱা ১৪ ছেপ্তেম্বৰত এই সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ অধ্যক্ষতাত সংগঠনসমূহৰ সৈতে অনুষ্ঠিত বৈঠকত বিষয়টো বৰ্ণনা কৰা হৈছিল।

“এ আৰ চিৰ উদ্দেশ্য আৰু উমৈহতীয়া সুবিধা সম্পৰ্কে অ’ এন জি চিয়ে স্পষ্ট বিশ্লেষণ দাঙি ধৰিছে,” বিবৃতিত প্ৰকাশ।

এ আৰ চিয়ে মানুহৰ সুবিধা কৰিব বুলি উল্লেখ কৰি অ’ এন জি চিয়ে কৈছে যে এদিনৰ বন্ধৰ ফলত প্ৰতিষ্ঠানটোৱে ২০০০ টন তেল আৰু ১ মিলিয়ন ষ্টেণ্ডাৰ্দ কিউবিক মিটাৰ পৰিমাণৰ গেছ উৎপাদনৰ লোকচানৰ সন্মুখীন হয়।

যোৱা ৬০ বছৰে অসমত সক্ৰিয় থাকি ৰাজ্যখনৰ উন্নতিত সমৰ্থন আগবঢ়াই অহা বুলি উল্লেখ কৰি অ’ এন জি চিয়ে কৈছে যে কিছুমান গোটে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কাম কৰি আহিছে।

“ন্যস্ত স্বাৰ্থজৰিত কিছুমান গোটে অ’ এন জি চিৰ এক ভুল ভাবমূৰ্তি বিয়পাইছে আৰু অভিযোগ কৰি আহিছে যে অ’ এন জি চিয়ে অসমৰ মানুহৰ বিৰুদ্ধে কাম কৰি আছে,” বিবৃতিত প্ৰকাশ।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd