DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজি সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ থাকিব চিকিৎসালয়সমূহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 9:52 am
1k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত চিকিৎসকৰ ওপৰত নিৰ্মমভাৱে হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি সমগ্ৰ দেশজুৰি চিকিৎসালয়সমূহ বন্ধ থাকিব। আজি পুৱা ৬ বজাৰ পৰা কাইলৈ অৰ্থাৎ ১৮ জুনৰ পুৱা ৬ বজালৈকে বন্ধ থাকিব চিকিৎসালয়মূহ। এই কৰ্মবিৰতি ঘোষণা কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে। সমান্তৰালভাৱে ইয়াৰ প্ৰভাৱ অমসতো পূৰ্ণভাৱে পৰিব।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ এই কৰ্মবিৰতি কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে অসমৰ চিকিৎসক সমাজেও। জি এম চি এইচ কনিষ্ঠ চিকিৎসক সন্থাই এই দেশজোৰা ধৰ্মঘটলৈ সমৰ্থন জনাইছে। মহানগৰীৰ জি এম চি হাস্পতাল আৰু এম এম চি হাস্পতালৰ বহিঃবিভাগ আৰু অন্তঃবিভাগত আজি ২ বজালৈকে কোনো সেৱা আগ নবঢ়ায় চিকিৎসকসকলে। এই সময়ছোৱাত কেৱল জৰুৰীকালীন চিকিৎসা সেৱাহে খোলা থাকিব।

গুৱাহাটী মেডিকেল কলেজ শিক্ষক সন্থাৰ সভাপতি অধ্যাপক আৰতি ডেকাই জনোৱা মতে জি এম চি হাস্পতালৰ চিকিৎসক সকলে আজি ক’লা বেজ পৰিধান কৰি দিনৰ ১১ বজাৰ পৰা অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতীকী প্ৰতিবাদ কৰিব।

ইফালে পশ্চিম বংগত অব্যাহত থকা প্ৰতিবাদৰ মাজতে কনিষ্ঠ চিকিৎসকসকলৰ দাবীক লৈ আজি ৩ বজাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো মেডিকেল কলেজৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিব বুলি জানিব পৰা গৈছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd