• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

JNUৰ অসমীয়া ছাত্ৰী দেবাংগনা কলিতাসহ সহপাঠীক গ্ৰেপ্তাৰ কাৰ্যক গৰিণা বিৰোধী দলপতি আৰু AJYSPৰ

‘গ্ৰেপ্তাৰ কাৰ্যক হাস্যকৰ আৰু আক্ৰোশমূলক’ দেবব্ৰত শইকীয়া, ‘ছাত্ৰ-ছাত্ৰীৰমুখবন্ধ কৰিবলৈ দেশৰ বিজেপি শাসনাধীন চৰকাৰ উঠিপৰি লাগিছে’ ৰুবুল দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2020 8:49 pm
Untitled-1-copy-5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাজ্যত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিষয়টোৰ গৰিহণা দিয়াৰ লগতে বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

Apply Now

‘দিল্লী আৰক্ষীয়ে আজি যি কাণ্ড কৰিলে সেইটো অতি হাস্যকৰ আৰু আক্ৰোশমূলক পদক্ষেপ। এই পদক্ষেপৰ দ্বাৰা শিক্ষিত যুৱ সমাজক আক্ৰোশমূলকভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰাই বিজেপি চৰকাৰে দমনমূলক আৰু স্বৈৰাচাৰী নীতি প্ৰকাশ কৰিলে।এই গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছো।‘ শইকীয়াই আমাৰ সাংবাদিকৰ আগত কয়।

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই কয়, ‘অসমৰ মুখ্যমন্ত্ৰী নিজেই এটা সময়ত আন্দোলনৰ গুৰি ধৰি গৈছিল। কেন্দ্ৰীয় চৰকাৰে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ বাবেই যদি ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেপ্তাৰ কৰিছে এনে অৱস্থাত মুখ্য মন্ত্ৰী নিশ্চুপ হৈ থকাটো একেবাৰে উচিত নহয়। মুখ্য মন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰিব। দিল্লী আৰক্ষীক ছাত্ৰী কেইগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ পদক্ষেপ নল’বলৈ আহ্বান জনাব।‘

ইপিনে, অসমীয়া ছাত্ৰী দেবাংগনা কলিতাসহ কেইবাগৰাকীও শিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে তীব্ৰ গৰিহণা দিয়ে।

পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে এই সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘যি সময়ত সমগ্ৰ দেশে মহামাৰী ক’ৰ’নাৰ  পৰা উদ্ধাৰ পাবলৈ দূৰ্বিষহ যুঁজ কৰিব লগীয়া হৈছে, এসাজ ভাত এজোৰ কাপোৰৰ কাৰণে মানৱ সমাজে মৰণপণ যুঁজ দিব লগীয়া হৈছে এনে মুহূৰ্তত গণতান্ত্ৰিক আন্দোলনৰ কৰ্মকৰ্তা সকলক মুখবন্ধ কৰিবলৈ দেশৰ বিজেপি শাসনাধীন চৰকাৰ উঠিপৰি লাগিছে । এই কাৰ্য অত্যন্ত গৰিহণাৰ যোগ্য।‘

‘কা’ প্ৰয়োগ কৰি বহিঃদেশৰ পৰা ধৰ্মৰ ভিত্তিত নাগৰিক আনি আমাৰ ৰাজ্যখনৰ ভাষা কৃষ্টি ধ্বংস কৰিব বিচৰা এইখন চৰকাৰক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰি পৰিষদৰ সভাপতি দাসে অখিল গগৈ, দেৱাংগনা কলিতাকে ধৰি গ্ৰেপ্তাৰ কৰা নেতা আৰু ছাত্ৰ কৰ্মীসকলক শীঘ্ৰেই নিঃচৰ্তে মুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd