• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিমানবন্দৰৰ ছাদত ফুটা, ঝৰঝৰকৈ পৰিছে পানী! সঘন বিপৰ্যয়ৰ বাবে দায়ী আদানী, সৰৱ বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 8:03 am
ফটোঃ স্ক্ৰীণশ্বট।

ফটোঃ স্ক্ৰীণশ্বট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিমানবন্দৰত আন এক বিপৰ্যয়! তিনিমাহ পূৰ্বে প্ৰবল ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ ছাদৰ এটা অংশ ভাঙি পৰিছিল। এইবাৰ দেখা পোৱা গ’ল বিমানবন্দৰৰ ছাদত ফুটা হৈ ঝৰঝৰকৈ বৰষুণৰ পানী পৰিছে! সামগ্ৰী, কম্পিউটাৰ, মানুহ সকলো তিতি গৈছে।

বুধবাৰে গুৱাহাটী বিমানবন্দৰৰ তেনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কেইবাদিনো ধৰি বাহিৰত বৰষুণ দি আছে। তাৰ ফলতে ছাদৰ পৰা ঝৰঝৰাই পানী পৰি থকা দেখা গ’ল।

অসম প্ৰদেশ কংগ্ৰেছে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে ‘ গুৱাহাটীৰ বিলাসী আদানি বিমানবন্দৰত বৰষুণ উপভোগ কৰক। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধুৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস কৰিবনে?’

Apply Now

ৰাজ্যসভাৰ তৃনমুলৰ সাংসদ জহৰ সৰকাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘মোদীয়ে বিমানবন্দৰসমূহ ব্যক্তিগতকৰণ কৰি বন্ধু আদানীক দিছে, তাৰ প্ৰকৃত চেহেৰাটো ওলাই আহিছে। এইটো আজিৰ বিমানবন্দৰ, যিটো বিশ্বমানৰ আন্তঃগাঁথনিৰ বাবে আদানীক প্ৰদান কৰা হৈছিল। জবলপুৰ, দিল্লী, ৰাজকোট, লক্ষ্ণৌ, গোৱালিয়ৰ–সকলো বিমানবন্দৰৰ ছাদৰ অৱস্থা একে।’

Enjoy a rain shower within the luxury of Adani Airport, Guwahati – courtesy – @gautam_adani..

Will PM @narendramodi dare to take action against his bossom friend? pic.twitter.com/fN0GMxpIhP

— Assam Congress (@INCAssam) July 10, 2024


উল্লেখ্য যে গুৱাহাটীৰ জনপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো আদানী গ্ৰুপৰ তত্বাৱধানত আছে। গুৱাহাটীকে ধৰি দেশৰ ছটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে আদানী গ্ৰুপে। তাত বিশাল ব্যৱসায়ো কৰিছে। ২০১৯ চনৰ নিলামত আদানী গ্ৰুপে অধিগ্ৰহণ কৰিছিল ত্ৰিবান্দ্ৰম, মেংগালুৰু, আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ আৰু গুৱাহাটী বিমানবন্দৰ।

See how Modi’s privatisation of airports to his buddy Adani actually works!
This is Guwahati Airport today! Modi handed it to Adani for building world-class infrastructure!
Guwahati joins airports of Jabalpur, Delhi, Rajkot, Lucknow, Gwalior in massive leaks and roof crashes. pic.twitter.com/yrDGLKc3Nl

— Jawhar Sircar (@jawharsircar) July 10, 2024

এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত আৰু কেইবাটাও বিমানবন্দৰৰ দায়িত্ব ল’ব বুলিও শুনা গৈছিল। ইতিমধ্যে বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিছে। ইফালে গুৱাহাটী বিমানবন্দৰৰ পঁয়ালগা চেহেৰা একেৰাহে দুবাৰকৈ চৰ্চালৈ আহিল। বুজাই গৈছে যে বিমানবন্দৰৰ ছাদ নিৰ্মাণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি ৰৈছে। সেইবাবেই কেতিয়াবা ধুমুহাত ভাঙি যায়, কেতিয়াবা ছাদ ফুটি বৰষুণত ভাহি যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd