• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ বিভিন্ন গাফিলতি উদঙাই পুনৰ সৰৱ হ’ল বিৰোধী দলপতি দেবব্ৰত শইকীয়া

‘স্বাস্থ্য মন্ত্ৰীৰ আশ্বাস ফুটুকাৰ ফেনত পৰিণত হৈছে’ দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 9:31 pm
Debabrata VS Himanta Final
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য বিভাগৰ কেতবোৰ গাফিলতিৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত তেওঁ কয়, ‘অসমত বৃদ্ধি পোৱা দৈনিক ক’ৰ’ণা আক্ৰান্ত ৰোগী আৰু মোৰ গৃহ জিলা শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত এই ৰোগত আক্ৰান্ত হোৱা বুলি চিনাক্ত হোৱাৰ ২৪ ঘন্টাৰ পিছতো কিন্তু ৰোগীসকলৰ বাবে প্ৰশাসনে চিকিৎসালয়ত বিচনাৰ ব্যৱস্থা কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।‘

Apply Now

ইপিনে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক সঘনাই আশ্বস্ত কৰি অহাৰ কথা উনুকিয়াই দি শইকীয়াই কয়, ‘তেওঁ ৰোগীসকলৰ বাবে যুদ্ধকালীন প্ৰচেষ্টা আগবঢ়াই আছে। ইয়াৰ লগতে ইতিমধ্যে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকল তথা দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকলে যাৱতীয় চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ বাতৰি দৈনন্দিন প্ৰকাশিত হৈ আহিছে।‘

তেওঁ লগতে কয় ‘সেয়েহে এই ক্ষেত্ৰত চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাইজক সঠিক তথ্য সহকাৰে আশ্বস্ত কৰাৰ প্ৰয়োজন আছে।‘

ঠিক সেইদৰে স্বাস্থ্য মন্ত্ৰীৰ আন এক আশ্বাস উনুকিয়াই দি শইকীয়াই কয় ‘ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথা শিৱসাগৰ জিলাত ১০০ খন বিচনাযুক্ত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে হস্পিটেল নিৰ্মাণৰ কথা আজিৰ পৰা প্ৰায় ৪ বছৰ আগতেই স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল। কিন্তু এই সকলোবোৰ আজি ফুটুকাৰ ফেনলৈ পৰিণত হৈছে।‘

তেওঁ লগতে কয় ‘বিশেষকৈ শিৱসাগৰ জিলাত যিহেতু এই ৰোগ বিধৰ প্ৰাদুৰ্ভাৱ অধিক গতিকে, ইয়াত এই চিকিৎসালয় এখনৰ প্ৰয়োজনীয়তা অতিকৈ বেছি। লগতে ২০১২-১৩ চনতে অসমৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছৰ বাবে একোখনকৈ ICU নিৰ্মাণৰ নামত কেন্দ্ৰৰৰ পুঁজি ও আৱন্টন হৈছিল, গতিকে সেইসমূহৰ বৰ্তমান স্থিতি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ৰাইজক জনাব লাগে।‘

তেওঁ এই প্ৰসংগটো উত্থাপন কৰিবলগীয়া হোৱাৰ কাৰণ বাখ্যা কৰি কয়, ‘কিয়নো বৰ্তমানৰ তথা দীৰ্ঘদিন ধৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি ২০০৭ চনতে নাজিৰা মহকুমাৰ চিকিৎসালয়খন আংশিক ভাবে মুকলি কৰা হৈছিল, যদিও আজিলৈ মই চৰকাৰৰ অনুমোদন নোপোৱাৰ ফলত এই চিকিৎসালয়খনক পুৰ্ণাংগ ৰূপ দিব পৰা নাই। অত্যন্ত সংগ্ৰামৰ অন্ততঃ কিন্তু আজি কিছুদিন আগত মই ইয়াৰ বাবে ১৬ কোটি টকা আৱন্তন পাইছোঁ।‘

আনহাতে, আৱন্টিত চিকিৎসালয়খন ক’ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰা কাৰ্যক বিৰোধিতা কৰা বুলি উল্লেখ কৰি লগতে কয় ‘কাৰণ এই অঞ্চলত অন্য ৰোগৰ চিকিৎসাৰ বাবে হস্পিটেল বা ব্যক্তিগত চিকিৎসালয় নাই।‘

ইয়াৰোপৰি, চৰকাৰ তথা স্বাস্থ্য বিভাগক ক’ৰ’ণাৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় কিয়নো অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ও যথেষ্ট বেছি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd