• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লক্ষ্য ২৪: ১২ জুনত পাটনাত বিৰোধীৰ নিৰ্বাচনী কৌশল আলোচনাৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 7:43 pm
Lok Sabha Election 2024
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে যো-জা চলাইছে শাসক-বিৰোধী উভয়েই। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয় জয়ৰ পথ ৰুদ্ধ কৰাৰ প্ৰচেষ্টাৰে একজোঁট হোৱাৰ কুচকাৱাজ অব্যাহত ৰাখিছে বিৰোধী দলসমূহে।

এনে নিৰ্বাচনী ৰণনীতি প্ৰস্তুতৰ লক্ষ্যৰে অহা ১২ জুনত পাটনাত বিৰোধী দলসমূহৰ এক বৈঠক অনুষ্ঠিত হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। এই সন্মিলনত ১৮ টাতকৈও অধিক বিৰোধী দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

বিৰোধী দলৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱশ্যে সংবাদ মাধ্যমৰ আগত এই বৈঠকক এখন ‘প্ৰস্তুতিমূলক বৈঠক’ বুলিহে অভিহিত কৰিছে। বিৰোধী দলসমূহৰ মূল বৈঠক পিছত অনুষ্ঠিত হ’ব বুলিও তেওঁ লগতে কয়।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন মুকলি কৰাৰ অনুষ্ঠান ২০ টা বিৰোধী দলে ঐক্যবদ্ধভাৱে বৰ্জন কৰাৰ সময়তে বৈঠকৰ তাৰিখ সন্দৰ্ভত এই সিদ্ধান্ত লোৱা হৈছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত চৰকাৰে আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধী দলসমূহে আজিৰ অনুষ্ঠানৰ বৰ্জন কৰে।

উল্লেখ্য যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যৰ বাবে মূল হোতা হিচাপে আগভাগ লোৱা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শেহতীয়াকৈ কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীক দিল্লীত সাক্ষাৎ কৰিছিল।

নীতিশ কুমাৰে যথাসম্ভৱ প্ৰতিটো বিৰোধী দলকে ঐক্যজোঁটত সামৰি লোৱাৰ পৰিকল্পনা কৰিছে আৰু মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সমৰ্থন আদায়ত কিছু পৰিমাণে সক্ষমো হৈছে।

এনে ৰণপ্ৰস্তুতিত অৱশ্যে কুমাৰ কেনেদৰে সফল হয়, সেয়া লক্ষণীয় হ’ব। বিশেষকৈ বিৰোধীৰ এই ঐক্যজোঁটত কংগ্ৰেছৰ অন্তৰ্ভুক্তিক মমতা বেনাৰ্জী, কেজৰিৱাল আৰু অখিলেশ যাদৱে কিদৰে গ্ৰহণ কৰে, ইয়াৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিব এই বিজেপিক ভেটাৰ কৌশলৰ সফলতা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd