• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহলপুৰত বিলাতী সুৰাৰ বিপণী স্থাপনৰ বিৰুদ্ধে দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
February 7, 2022 6:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ এলেকাত ৰাজ্য চৰকাৰে বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অঞ্চলবাসী ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী{

ৰাইজৰ প্ৰতিবাদত সেও মানি এই প্ৰক্ৰিয়াটো একপ্ৰকাৰ বন্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ বহলপুৰ গাঁও পঞ্চায়ত কৰ্তৃপক্ষই সৰ্বসাধাৰণ ৰাইজক অন্ধকাৰত ৰাখি আপত্তিহীনতাৰ প্ৰমাণপত্ৰ প্ৰদানৰ কুচ কাৱাজ চলোৱাৰ কথাই বহলপুৰবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Apply Now

এনে কাৰ্যৰ বিৰোধিতাৰে আজি বহলপুৰ গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত অঞ্চলটোৰ বিভিন্ন সংগঠনৰ আহবানত প্ৰায় তিনি শতাধিক পুৰুষ- মহিলাই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কাৰ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে ৷

‘বহলপুৰত সুৰাৰ বিপনী খুলিবলৈ দিয়া নহ’ব’, ‘ পঞ্চায়ত কৰ্তৃপক্ষই আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দিয়া বন্ধ কৰক’ আদি শ্ল’গানেৰে ৰাইজে বিলাতী সুৰাৰ বিপণীৰ বিৰুদ্ধে কাৰ্যালয় চৌহদ কঁপাই তোলে ৷

আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি গোবিন্দ ৰায়, কেন্দ্ৰীয় প্ৰচাৰ সচিব পুলকেশ ৰায় চৌধুৰী; অবিভক্ত গোৱালপাৰা জিলা কলিতা জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক অকণ কলিতা, আক্ৰাছুৰ পূৱ ধুবুৰী জিলা সমিতিৰ সম্পাদক অনন্ত ৰায়, বহলপুৰ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি তন্ময় নাথ,বহলপুৰ আঞ্চলিক আমছুৰ সম্পাদক আব্দুল ৱাহাব , বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি ৰায়,বহলপুৰ আঞ্চলিক মহিলা সমন্বয়ৰক্ষী সমিতিৰ সম্পাদিকা জয়াৰাণী নাথ, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সদস্য খজেন ৰায় , সমাজকৰ্মী গংগাধৰ ৰায়, হৃষীকেশ অধিকাৰী আদিয়ে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীৰ সামৰণিত সন্মিলিতভাৱে এখন স্মাৰক পত্ৰ বহলপুৰ গাঁও পঞ্চায়তৰ সভাপতি- সচিবৰ হাতত অৰ্পণ কৰি বিলাতী সুৰাৰ বিপণী স্থাপন তীব্ৰ বিৰোধিতা কৰে৷

সুৰাৰ বিপণীৰ বিৰুদ্ধে ৰাইজৰ সহযোগত সংগঠনকেইটাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও স্মাৰকপত্ৰত সকীয়াই দিয়া হৈছে ৷

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd