DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত এই মানুহ বিলাকক আমাৰ চৰকাৰে কুকুৰৰ দৰে গুলীয়াই মাৰিছে : পশ্চিম বংগৰ বিজেপি সভাপতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 12:29 pm
পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষ

86k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ ঘোষে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মৃত্যুক সাবটি লোৱা অসমৰ চহিদসকলৰ প্ৰতি চৰম অপমানসূচক মন্তব্য কৰিছে।

‘কা’ৰ বিৰোধী প্ৰতিবাদত ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা’সকলৰ ওপৰত ভোটৰ স্বাৰ্থত মমতা বেনাৰ্জী চৰকাৰে একো ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত থকা আমাৰ চৰকাৰে এই মানুহবিলাকক কুকুৰৰ দৰে গুলীয়াই মাৰিছে।‘

Dilip Ghosh, West Bengal BJP President: Didi's (Mamata Banerjee) police didn't take action against the people who destroyed public properties as they are her voters. Our govt in UP, Assam and Karnataka has shot these people like dogs. (12.1.2020) pic.twitter.com/iJegmRHXpx

— ANI (@ANI) January 13, 2020

দেওবাৰে পশ্চিম বংগৰ নাডিয়াত বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থনত অনুষ্ঠিত কৰা এখন জনসভাত ভাষণ দি দিলীপ ঘোষে এই মন্তব্য কৰে।

প্ৰতিবাদত ৰাজহুৱা সম্পত্তি নষ্ট কৰাসকলক উদ্দেশ্যি তেওঁ কয়, ‘তেওঁলোকে ৰাজহুৱা সম্পত্তি সমূহ কাৰ বুলি ভাবিছে? তেওঁলোকৰ বাপেকৰ? …. তোমালোকে ইয়াত আহিবা, আমাৰ খাদ্য খাবা, থাকিবা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবা। এইয়া তোমালোকৰ জমিদাৰী নেকি?’

‘আমি তোমালোকক লাঠীৰে কোবাম, গুলীয়াই দিম আৰু জে’লত ভৰাই থম’ তেওঁ লগতে কয়।

Dilip Ghosh,West Bengal BJP President: You will come here, eat our food, stay here and damage public properties. Is it your zamindari? We will bash you with lathis, shoot you, and put you in jail. (12.1.2020) https://t.co/LcFZTrpYPj

— ANI (@ANI) January 13, 2020

Recent News

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd