• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱা সুস্থ-সবল হৈ আছে বুলি সংগঠনটোৰ বিবৃতি

উদ্দেশ্যধৰ্মী প্ৰচাৰ বিশ্বাস কৰাৰ পৰা ভৱিষ্যতে আঁতৰি থাকিবলৈ আহ্বান অসমৰ জনগণক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2018 2:50 pm
PareshBaruah_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যু হোৱা নাই, বৰং তেওঁ সুস্থ-সবল হৈ আছে। এই কথা জনোৱা হৈছে সংগঠনটোৰ তৰফৰ পৰা। “আমাৰ নেতাজন সুস্থ আৰু সবল হৈ আছে”, এইদৰে কোৱা হয় বিবৃতিটোত।

উল্লেখযোগ্য যে আজি পুৱাৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত আলফাৰ সেনাধ্যক্ষ তথা আপোচহীন নেতা পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি গুৰুত্বপূৰ্ণ খবৰ ওলাইছিল। লুক ইষ্ট নামৰ এটা অনলাইন নিউজ প্ৰতিষ্ঠানৰ বাতৰিৰ আঁত ধৰি নৰ্থ-ইষ্ট নাও-এ এই বাতৰি সম্প্ৰচাৰ কৰিছিল। অৱশ্যে কিছু সময়ৰ পিছতে অসম আৰক্ষী আৰু পৰিয়ালৰ হাতত তেনেকুৱা কোনো তথ্য নাই বুলি আৰক্ষীয়ে স্পষ্ট কৰিছিল।

Apply Now

এই খবৰে সমগ্ৰ অসমত আৰু ছ’চিয়েল মিডিয়াত তুমুল আলোড়ন সৃষ্টি কৰাত আলফা (স্বাঃ)ৰ তৰফৰ পৰা অসমৰ ৰাইজক সম্বুধি এটা স্পষ্টীকৰণ টোকা প্ৰকাশ কৰা হৈছে।

ULFA_PressRelease
আলফা (স্বাঃ)ৰ বিবৃতিটো।

“We would like to clarify to our freedom loving people of Assam that our leader is safe and sound and has not met any accident.” সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত এইদৰে কয়।

মন কৰিব লগীয়া কথাটো হ’ল বিবৃতিটোত নেতাজন দুৰ্ঘটনাটোত পতিত হোৱাৰ কথাটোও অস্বীকাৰ কৰা হৈছে। ইয়াৰ বিপৰীতে আলোচনাৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই পৰেশ বৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তেওঁলৈ ফোন কৰা আৰু ক্ৰমে সুস্থ হোৱাৰ কথা জানিবলৈ দিছিল বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছিল।

ৰুমেল অসমৰ বিবৃতিটোত লগতে কোৱা হৈছে যে এই বাতৰি স্বাৰ্থজড়িত পক্ষবোৰৰ দ্বাৰা প্ৰচাৰিত মনেসজা কাহিনী। “this is a hoax spread out by with people with vested interest.”

বিবৃতিটোত অসমৰ জনগণক এই ধৰণৰ উদ্দেশ্যধৰ্মী প্ৰচাৰ বিশ্বাস কৰাৰ পৰা ভৱিষ্যতে আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

“WE appeal to the people of Assam not to believe in this kind of propaganda regarding our leader in future.” এইদৰে কয় ৰুমেল অসমে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd