• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰয়াত ভাষাবিদক লিপি পুনৰীক্ষণ কমিটিত নিযুক্তি; হিমন্ত চৰকাৰৰ কাণ্ডক লৈ ব্যাপক ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2025 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অদ্ভুত ঘটনাত অসম চৰকাৰে অসমীয়া লিপি পুনৰীক্ষণৰ দায়িত্ব অৰ্পন কৰা এখন কমিটীত এগৰাকী প্ৰয়াত ভাষাবিদক অন্তৰ্ভুক্ত কৰিছে।

শেহতীয়াকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে “অসমীয়া লিপিৰ বাবে সুকীয়া ক’ড চাৰ্টৰ সংশোধিত প্ৰস্তাৱ প্ৰস্তুত”ৰ বাবে এখন ১৭ জনীয়া কমিটী পুনৰ গঠন কৰিছে। তালিকাভুক্ত সদস্যসকলৰ ভিতৰত আছে চাৰি বছৰ পূৰ্বে মৃত্যু হোৱা প্ৰখ্যাত ভাষাবিদ আৰু সাহিত্যিক ড° ৰমেশ পাঠক।

Apply Now

২০২১ চনৰ ২৭ জানুৱাৰীত ৭৯ বছৰ বয়সত গুৱাহাটীস্থিত নিজা বাসভৱনত ডঃ পাঠকৰ মৃত্যু হয়। অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ২৯ জানুৱাৰী, ২০২৫ তাৰিখে জাৰি কৰা এক অধিসূচনাত ১১ এপ্ৰিল, ২০১৯ চনৰ পূৰ্বৰ অধিসূচনাৰ আংশিক পৰিৱৰ্তনৰ উদ্ধৃতি দি কমিটীখনৰ পুনৰ গঠনৰ কথা ঘোষণা কৰে।

অসম সাহিত্য সভাৰ সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই টি বিশেষজ্ঞ, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া, সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক লৈ গঠন কৰা কমিটীখনত অসমৰ ৰাজ্যপালগৰাকীয়ে অনুমোদন জনায়।

ডঃ পাঠকক অন্তৰ্ভুক্ত কৰাৰ পিছত অৱশ্যে সামাজিক মাধ্যমত ক্ষোভৰ সৃষ্টি হৈছে। চৰকাৰৰ অমনোযোগিতাক সমালোচনা কৰি অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীক নেটিজেনসকলে গৰিহণা দিছে।

 ‘এয়া প্ৰয়াত ব্যক্তিজনৰ বাবে অপমান, আৰু ই চৰকাৰৰ নিতান্ত দায়িত্বহীনতাকে উদঙাইছে। এনে ভুল জাননী জাৰি কৰাৰ বাবে দায়বদ্ধ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’-এজন ব্যৱহাৰকাৰীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে।

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, “অসম চৰকাৰৰ বিষয়াসকলৰ কাম-কাজৰ কথা বিবেচনা কৰক। ইউনিক’ডৰ বাবে গঠন কৰা কমিটীত ডঃ ৰমেশ পাঠকক অন্তৰ্ভুক্ত কৰিছে আই এ এছ বিষয়া বি কল্যাণ চক্ৰৱৰ্তীয়ে। ডঃ পাঠকৰ মৃত্যুৰ চাৰি বছৰ হ’ল৷ মই ভাবো @himantabiswa এইবোৰ কথাও চাব লাগে!”

উল্লেখ্য যে ৰাজ্যখনৰ এগৰাকী কৃতবিদ্য ভাষাবিদ তথা সাহিত্যচাৰ্য ডঃ ৰমেশ পাঠক কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল। সেই সূত্ৰে তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো শিক্ষাগুৰু আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd