• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উফন্দি উঠিছে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ; ৰাজ্যত বানত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান পৰিস্থিতিয়ে ৰাজ্যত পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰায় দুই লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চল নৈসমূহৰ বাঢ়নী পানীত ডুব গৈছে। চলিত বৰ্ষত ৰাজ্যখনত এই পৰ্যন্ত বানত ১৫ জন লোকৰ মৃত্যু হৈছে।

সোমবাৰে অসম চৰকাৰে প্ৰকাশ কৰা বুলেটিনত কোৱা হৈছে যে ৰাজ্যখনৰ বানত ১ লাখ ৯০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে এজন লোকৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নদীৰ পাৰৰ গাঁওবোৰ পানীত বুৰ গৈছে। বহু লোকে ঘৰ এৰি চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

লগতে পঢ়ক: ইছৰোৰ আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক

Apply Now

ব্ৰহ্মপুত্ৰৰ পানী কিছুমান ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। গুৱাহাটী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ সঁহাৰি বাহিনীয়ে কাম কৰি আছে। তেওঁলোকে জনোৱা মতে, এই মুহূৰ্তত অসমৰ মুঠ ১৭খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। ইয়াৰ পিছতে আছে ধেমাজি। এই দুই জিলাত ৪০ হাজাৰৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰিছে। এতিয়ালৈকে ৪৫টা সাহায্য প্ৰদান কৰা হৈছে আৰু প্ৰায় ৫০০ লোকে সেই শিবিৰত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰৰ উপৰি বেকী, দিছাং, দিখৌ, সুৱনশিৰি নদীয়ে বিপদ সীমা অতিক্ৰম কৰিছে। ৰাজ্যৰ ৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানপানীৰ বাবে পানীৰ তলত।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলা কেইখন হৈছে বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

লখিমপুৰত ৪৭,৩৩৮ লোক ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে ধেমাজিত বানপানীৰ কবলত পৰিছে ৪০,৯৯৭ লোক, গোলাঘাটত ২৭,৮৬৯ জন লোক আৰু শোণিতপুৰ জিলাত বানপানীৰ বাবে ২১,৪৩৫ লোক ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমান ৫২২ খন গাঁও বানপানীৰ কবলত পৰাৰ লগতে সমগ্ৰ অসমৰ ক্ষতিগ্ৰস্ত জিলাসমূহত ৮,০৮৬ হেক্টৰৰো অধিক শস্যৰ ক্ষতিসাধন হৈছে।

নিজ নিজ জিলা প্ৰশাসনে চিৰাং, ধেমাজি, লখিমপুৰ আৰু শোণিতপুৰ জিলাত মুঠ ৪৭ টা সাহায্য শিবিৰ আৰু ৪৫ টা সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে য’ত ৪২৭ জন স্থানচ্যুত লোকে আশ্ৰয় লৈছে।

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

বিগত কিছুদিন ধৰি ৰাজ্যত চলি থকা অবিৰত বৰষুণৰ ফলত বহু নদী উফন্দি উঠিছে। বৰষুণ বন্ধ নহ’লে বান পৰিস্থিতিৰ উন্নতিৰ সম্ভাৱনা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd