• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইছৰোৰ আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 10:57 am
জন্মেজয় সৰকাৰ।

জন্মেজয় সৰকাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) অভিলাষী আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্রই।

বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত পি.এইচ.ডি. কৰি থকা জন্মেজয় সৰকাৰে ২০২১ চনৰ পৰাই ইছৰোৰ আদিত্য এল ১ মিছনত কাম কৰি আহিছে।

তেওঁ ইন্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (IUCAA, Pune)ৰ পৰা ছিনিয়ৰ ৰিচাৰ্চ ফেলো হিচাপে আদিত্য এল ১ মিছনত যোগদান কৰিছে।

Apply Now

তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ চয়ন দত্ত ২৩ আগষ্টত মহাকাশযানখন চন্দ্ৰত সফলতাৰে অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰা চন্দ্ৰযান-৩ৰ দলটোত আছিল।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

আদিত্য এল ১ হ’ব সূৰ্য্যৰ অধ্যয়নৰ বাবে উৎসৰ্গিত প্ৰথম মহাকাশভিত্তিক ভাৰতীয় অভিযান। ইয়াত সূৰ্য্যৰ ক’ৰ’না (ভিজিবল এণ্ড নিয়াৰ-ইনফ্ৰাৰেড ৰে), সূৰ্য্যৰ আলোকমণ্ডল (কোমল আৰু কঠিন এক্স-ৰে), ক্ৰম’স্ফিয়াৰ (আল্ট্ৰা ভায়োলেট), সৌৰ নিৰ্গমন, সৌৰ বতাহ আৰু বিকিৰণ, আৰু ক’ৰ’নেল মাছ ইজেকচন (চিএমই) আদি অধ্যয়ন কৰা হ’ব আৰু ই ২৪ ঘণ্টাই সূৰ্য্যৰ দৃশ্যৰূপ তুলিব।

ইয়াৰ পূৰ্বে ২০১৮ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰা জন্মেজয়ে আদিত্য-এল১-ত থাকিবলগীয়া এম.ইউ.চি.এ.এ.ৰ সৌৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ (SUIT) পেলোড বিকশিত কৰি আছে।

তেওঁৰ দায়িত্ব হৈছে আলোকীয় আৰু যান্ত্ৰিক সংহতি, যন্ত্ৰৰ মানাংকন তথা পেলোডৰ অৰ্হতা আৰু পৰীক্ষণ।

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

এই প্ৰকল্পটো তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক গাজী আহমেদৰ লগতে পুনেৰ আই ইউ চি এ এৰ অধ্যাপক দুৰ্গেশ ত্ৰিপাঠী আৰু অধ্যাপক এ.এন. ৰামাপ্ৰকাশৰ তত্বাৱধানত কৰা তেওঁৰ পি এইচ ডিৰ এটা অংশ।

গৱেষক সৰকাৰে কয়, ‘সৌৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান যন্ত্ৰপাতিৰ প্ৰতি মোৰ সদায় আগ্ৰহ আছিল আৰু তেজপুৰ বিশ্ববিদ্যালয়ে মোক মোৰ সপোন পূৰণৰ বাবে উৎসাহিত কৰিছে। ইছৰোৰ এই প্ৰকল্পত সৰু ভূমিকা গ্ৰহণ কৰি মই সুখী।”

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে আনন্দ প্ৰকাশ কৰি কয় যে এনে খবৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ গুণগত শিক্ষা আৰু গৱেষণাৰ প্ৰমাণ।

লগতে পঢ়ক: কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

অধ্যাপক সিঙে কয়, “আমাৰ গুণগত শিক্ষা আৰু গৱেষণাই দত্ত আৰু সৰকাৰৰ দৰে সম্পদৰ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ সফলতাৰ কাহিনীয়ে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বৃত্তিত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগাব বুলি মই বিশ্বাস কৰোঁ।”

চলিত বৰ্ষৰ ২ছেপ্টেম্বৰত ইছৰোৱে আদিত্য-এল১ মিছন মহাকাশলৈ প্ৰেৰণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd