• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত নাৰী-শিশুসহ কমেও ৩০ জনক হত্যা; জ্বলাই দিয়া হ’ল মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2021 10:25 am
WhatsApp Image 2021-12-26 at 10.15.12 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত নাৰী-শিশুসহ কমেও ৩০জন লোকক নৃশংসভাৱে হত্যা কৰা হৈছে। দেশখনৰ কায়া প্ৰদেশত সেনা আৰু বিদ্ৰোহীসকলৰ মাজত চলা সংঘৰ্ষৰ সময়ত এই ঘটনা সংঘটিত হয়।

শনিবাৰে সংবাদমাধ্যমক কাৰেনি মানৱ অধিকাৰ সংগঠনে জানিবলৈ দিয়ে যে তেওঁলোকে হাপ্ৰ’ছো চহৰৰ মো ছো গাঁওৰ সমীপত ম্যানমাৰ সেনাবাহিনীৰ হাতত নিহত গৃহহীন নাৰী-শিশুসহ বৃদ্ধ লোকৰ পোৰা মৃতদেহ প্ৰত্যক্ষ কৰে।

মানৱ অধিকাৰ সংগঠনটোৱে এনে অমানৱীয় তথা নৃশংস হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰি কয় যে এয়া চৰম মানৱ অধিকাৰ লংঘনৰ ঘটনা।

Apply Now

ম্যানমাৰৰ সংবাদমাধ্যমে সেনাবাহিনীৰ উদ্ধৃতিৰে জনায় যে সেনাবাহিনীয়ে উক্ত গাঁওখনত সশস্ত্ৰ বিদ্ৰোহী বাহিনীৰ বহুকেইজন অস্ত্ৰধাৰী সদস্যক হত্যা কৰিছে। অস্ত্ৰধাৰীসকল সাতখন গাড়ীত আছিল আৰু সামৰিক বাহিনীৰ নিৰ্দেশৰ পাছতো তেওঁলোক থমকি ৰোৱা নাছিল।

Also Read: সন্মতি অবিহনে মহিলাৰ শৰীৰৰ যিকোনো অংশ স্পৰ্শ কৰা শালীনতা উলংঘন কৰাৰ সমান: বোম্বে উচ্চ ন্যায়ালয়

ম্যানমাৰৰ ঝুন্টা বিৰোধী অসামৰিক মিলিছিয়াসকলৰ এটা বিশাল বাহিনী কাৰেনি নেশ্যনেল ডিফেন্স ফ’ৰ্চে জানিবলৈ দিয়া মতে নিহতসকল তেওঁলোকৰ সদস্য নহয় বৰং হিংসাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়ৰ সন্ধানত থকা সাধাৰণ নাগৰিকহে।

এগৰাকী গাঁওবাসীয়ে সংবাদমাধ্যমৰ আগত কয় যে তেওঁলোকে শুকুৰবাৰে নিশা জুই জ্বলাৰ কথা গম পাইছিল যদিও গুলীয়াগুলি চলাৰ বাবে কি হৈছে সেয়া চাবলৈ ঘটনাস্থলীলৈ যাব পৰা নাছিল।

শনিবাৰে পুৱা তেওঁলোকে ঘটনাৰ বিষয়ে জানিবলৈ গৈ পোৰা মৃতদেহসমূহ দেখা পায় য’ত শিশু, নাৰীৰ কাপোৰোবৰ চাৰিওপিনে সিচৰিত হৈ পৰি আছে।

Also Read:হতাশগ্ৰস্ত গুৱাহাটী! ভয়ংকৰ তথ্য, মহানগৰীত চলিত বৰ্ষত ৩৭৩টা আত্মহত্যাৰ ঘটনা

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত আং চান ছ্যু কীৰ অসমাৰিক চৰকাৰক সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতাচ্যুত কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই দেশখনত সামৰিক ঝুন্টা বিৰোধী ক্ষোভ, প্ৰতিবাদ চলি আছে।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd