• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত খালী হৈ আছে ৫,৪১০টা অধ্যাপকৰ পদ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 4:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত মুঠ ৫,৪১০টা অধ্যাপকৰ  খালি হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে।

যি সময়ত মোদী চৰকাৰে দেশক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰাৰ কথা কৈ অহিছে তেনেসময়তে দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত যথেষ্ট সংখ্যক দক্ষ শিক্ষকৰ অভাৱে দেশৰ ভ্যৱিষ্যতক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত অধ্যাপকৰ পদ খালী হৈ আছে সেই সম্পৰ্কে বুধবাৰে ৰাজ্যসভাত কেৰালাৰ কংগ্ৰেছ সাংসদ জে. বি. এম. হিছামে সদনত প্ৰশ্ন উত্থাপন কৰিছিল।

Apply Now

উত্তৰত চৰকাৰে যদিও বিশ্ববিদ্যালয়ভিত্তিত তথ্য আগবঢ়োৱা নাছিল, কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়বোৰত অনুমোদিত মুঠ ১৩,২৩৫টা অধ্যাপকৰ পদৰ ভিতৰত ৫,৪১০টা পদ খালী হৈ আছে। যি  মুঠ পদৰ প্ৰায় ৪১%। ইয়াৰ ভিতৰত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৭৮৮টা পদ, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৪৭২টা, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত ১,৫২১টা পদো খালী হৈ থকা বুলি তথ্য প্ৰকাশ কৰিছে। 

এই তথ্য প্ৰকাশ হোৱাৰ পিছতেই বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা সাংসদ ঋতব্ৰত বন্দোপাধ্যায়ে মঙ্গলবাৰ আৰু বুধবাৰে সংসদত শিক্ষা মন্ত্ৰণালয়ক উদ্দেশ্য কৰি কয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত পাঁচ হাজাৰৰো অধিক পদ শূন্য হৈ থকাটোৱে শিক্ষাৰ ভয়াবহ অৱস্থক প্ৰতিফলিত কৰিছে। তেওঁ আৰু কয় যে “এই চৰকাৰে শিক্ষাখণ্ডলৈ মুঠ GDPৰ মাত্ৰ ০.৩৭% আবণ্টন কৰিছে। শিক্ষাখণ্ডলৈ অন্ততঃ ৬% আবণ্টন নকৰিলে উন্নত শিক্ষাৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে এইন খালী পদৰ সমস্যা কেৱল কেন্দ্ৰীয় বিশ্ববিদ্যালয়তে সীমাবদ্ধ নহয়। দেশজুৰি কেন্দ্ৰীয় বিদ্যালয়বোৰত ৫,৪১০তকৈ অধিক শিক্ষকৰ পদ আৰু ১,৫৬৩টা অশিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে। দেশৰ শিক্ষাখণ্ডৰ এই অৱস্থাই শিক্ষাৰ গুণগত মান আৰু চৰকাৰৰ শিক্ষাখণ্ডৰ সমস্যা সমাধানৰ প্ৰতি দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd