• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2024 10:57 am
মক্কাত হজযাত্ৰী। ফটোঃ সংগ্ৰহীত।

মক্কাত হজযাত্ৰী। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমানসকলে বিশ্বাস কৰে যে ভাগ্যৰ বলতহে হজলৈ যোৱাৰ সুযোগ পায়। কিন্তু সেই পৱিত্ৰ হজ কৰিবলৈ গৈয়েই মৃত্যুৰ কোলাত ঢলি পৰিছে ১৩০০ৰো অধিক হজযাত্ৰী। ছৌদি আৰব প্ৰশাসনৰ তথ্য অনুসৰি অবৈধভাৱে তীৰ্থস্থানলৈ আহি ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰি থকা অৱস্থাত ৮৩ শতাংশ তীৰ্থযাত্ৰীৰ মৃত্যু হয়। কাৰণ তেওঁলোকে তীব্ৰ ৰ’দত খোজকাঢ়ি তীৰ্থস্থানলৈ যাব লগা হৈছিল। উপযুক্ত নথি-পত্ৰৰ অভাৱত হোটেলত থাকিব পৰা নাই।

ইছলামৰ প্ৰধান পাঁচটা স্তম্ভৰ ভিতৰত হজ অন্যতম। সেইবাবেই প্ৰতি বছৰে মক্কা-মদিনালৈ তীৰ্থযাত্ৰীৰ ভিৰ হয়। সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে বহু লোকে হজত অংশ লয়। কিন্তু এইবাৰ হজ পালনৰ সময়ত বাৰে বাৰে মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

লগতে পঢ়কঃ নাছাই প্ৰকাশ কৰিছে শংকা! পৃথিৱীত খুন্দা মাৰিব পাৰে এটা ‘বিপজ্জনক গ্ৰহাণু’ৱে

Apply Now

দেওবাৰে ছৌদি আৰৱৰ স্বাস্থ্যমন্ত্ৰী ফাহদ বিন আব্দুৰ ৰহমান আল জালাজেলে কয় যে মুঠ ১৩০১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৮৩ শতাংশই অবৈধভাৱে হজ কৰিবলৈ আহিছিল। পৰ্যাপ্ত নথি-পত্ৰ নথকাৰ বাবে এই তীৰ্থযাত্ৰীসকলে হোটেল বা আন ঠাইত জিৰণি লোৱাৰ সুযোগ নাপালে। প্ৰচণ্ড গৰমত খোজ কাঢ়ি ধৰ্মীয় ৰীতি-নীতি পালন কৰি থাকোঁতে অৱশেষত মৃত্যুৰ কোলাত ঢলি পৰিছে।

জানিব পৰা মতে, বৰ্তমান ৯৫ জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। কেইবাজনো লোকক চিকিৎসাৰ বাবে ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদলৈ অনা হৈছে। কিন্তু পৰ্যাপ্ত নথি-পত্ৰৰ অভাৱত মৃতকৰ পৰিচয় জনাটো কঠিন হৈ পৰিছে। আটাইকেইজন মৃত লোককে মক্কাত সমাধিস্থ কৰা হৈছে বুলি জালাজেলে জনায়।

সূত্ৰ অনুসৰি, মৃতসকলৰ ভিতৰত ৬৬০ জন ইজিপ্তৰ লোকো আছে। প্ৰায় সকলোৱেই অবৈধভাৱে হজলৈ গৈছিল। এই অভিযোগৰ পিছতে খবৰ আহিছে যে ইজিপ্ত চৰকাৰে অবৈধভাৱে হজ তীৰ্থযাত্ৰাৰ ব্যৱস্থা কৰা ট্ৰেভেল এজেন্সীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ ICC T-20 World Cup: বাটলাৰৰ বেটিং ধুমুহাত বিধ্বস্ত আমেৰিকা; ১০ উইকেটত জয়লাভ কৰি ছেমি ফাইনেলত ইংলেণ্ড

উল্লেখ্য যে পুণ্য লাভৰ আশাত মক্কালৈ হজলৈ যোৱাৰ সময়ত এইবাৰ ৯৮ জন ভাৰতীয়ৰ মৃত্যু হৈছে। এইবাৰ ভাৰতৰ পৰা ছৌদি আৰৱলৈ মুঠ ১ লাখ ৭৫ হাজাৰ তীৰ্থযাত্ৰী হজলৈ গৈছিল। ইয়াৰে ৯৮ জনৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই মক্কাত প্ৰচণ্ড গৰমৰ বাবে, কোনোবাই অসুস্থতাৰ বাবে আৰু কোনোবাই বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছে। ইয়াৰে আৰাফাতৰ দিনা ৬ জন ভাৰতীয়ৰ মৃত্যু হয়। ইয়াৰ উপৰিও দুৰ্ঘটনাত ৪ ভাৰতীয়ৰ মৃত্যু হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd