• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৰ কৰিবলৈ গৈ পালে কল্পনাতীত টকা; হৃদৰোগত আক্ৰান্ত হ’ল আনন্দত আত্মহাৰা চোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2021 7:47 pm
robos-en-domicilios

প্ৰতিনিধিত্বমূলক ফটো।

811
VIEWS
Share on FacebookShare on Twitter

দুজন চোৰে একেলগে চুৰি কৰিবলৈ গৈছিল। চুৰি কৰাৰ পাছতেই তেওঁলোকে দেখে যে তেওঁলোকে যিমান টকা চুৰি কৰি পাব বুলি ভাৱিছিল তাতকৈ বহুগুণে বেছি টকা হাতলৈ আহিল।

ইয়াকে দেখি অৱশেষত আনন্দত আত্মহাৰা হৈ এজন চোৰ হৃদৰোগত আক্ৰান্ত হ’ল। শুনিবলৈ আচৰিত যেন লাগিলেও উত্তৰ প্ৰদশৰ বিজানৌৰত সংঘটিত হৈছে এনে ঘটনা।

আৰক্ষীৰ জালত পৰিছে নাগিনা আৰক্ষী থানাৰ অন্তৰ্গত আলিপুৰৰ বাসিন্দা নৌশাদ আৰু এজাজ নামৰ চোৰ দুজন।

আৰক্ষীৰ সূত্ৰ মতে, যোৱা ১৬ আৰু ১৭ ফেব্ৰুৱাৰিত চোৰ দুজনে নবাব হাইদৰ নামৰ এজন ব্যক্তিৰ মালিকাধীন ৰাজহুৱা সেৱা কেন্দ্ৰত চুৰি কৰিবলৈ সোমাইছিল।

উক্ত কেন্দ্ৰটোত সাত লাখ টকা আছিল আৰু চোৰ দুজনে আটাইখিনি টকা চুৰি কৰি নিয়ে। তেওঁলোকে সেয়া কেইহাজাৰমান টকা হ’ব বুলি ভাৱিছিল যদিও পাছত ইমান টকা দেখি স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰে।

ইয়াৰ মাজতে এজন চোৰ হৃদৰোগত আক্ৰান্ত হৈ পৰে।

বিজানৌৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে আটকাধীন চোৰ দুজনে ইয়াৰ পূৰ্বেও বহুবাৰ চুৰি কৰিছিল। বিভিন্ন আৰক্ষী থানাত তেওঁলোকৰ নামত বহুকেইটা অভিযোগ দাখিল হৈ আছে।

চোৰ দুজনে ৰাজহুৱা সেৱা কেন্দ্ৰত চোৰ কৰিবলৈ যোৱাৰ কথা স্বীকাৰ কৰে। তেওঁলোকে আলমাৰিৰ পৰা মূল্যৱান সামগ্ৰীৰ লগতে নগদ সাত লাখ টকা চুৰি কৰে। ইয়াৰ পাছতে দুয়োজনে সেয়া সমানে ভাগ কৰি লয়।

ইমানলৈকে ঠিকেই আছিল যদিও তাৰপাছতে ঘটনাটো সংঘটিত হয়। চোৰ দুজনৰ মাজৰ এজাজ নামৰ চোৰজন অধিক আনন্দত আত্মহাৰা হোৱাৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ পৰে।

পাছত এখন বেচৰকাৰী হাস্পাতলত চোৰজনৰ চিকিৎসা চলি আছে। চিকিৎসাত চুৰি টকাৰ আধাখিনি খৰচ হৈ যায়।

দুয়োজন চোৰৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd