DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

নিমাতীত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলা’ৰ স্বত্বাধিকাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 14, 2021 11:06 am
Paniram Kalita

পানীৰাম কলিতা।

1.2k
VIEWS
Share on FacebookShare on Twitter

নিমাতীত দুৰ্ঘটনাগ্ৰস্ত ফেৰী ‘মা কমলাৰ’ স্বত্বাধিকাৰ পানীৰাম কলিতাক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছে l

ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমৰ পৰা দুপৰীয়া কলিতাক গ্ৰেপ্তাৰ কৰা হয় l

অসুস্থ অৱস্থাৰে পানীৰাম কলিতা পায়হি যোৰহাট আৰক্ষী থানা l

বৰ্তমান তেওঁক যোৰহাট আৰক্ষী থানাতে ৰখা হৈছে l নিমাতীত ফেৰী দুৰ্ঘটনাগ্ৰস্ত ঘটনাত বৰ্তমানলৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে l

যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা এই ভয়ংকৰ ফেৰী দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু ঘটাটো নিশ্চিত হৈছে।

বিয়লি প্ৰায় ৪বজাত ‘মা কমলা’ নামৰ ফেৰীখন ‘টিপকাই’ নামৰ নাওখনৰ সৈতে খুন্দা লাগি দুৰ্ঘটনাটো সংঘটিত হৈছিল।

মাজুলীৰ কলেজ এখনৰ অধ্যাপিকা ২৮ বছৰীয়া পৰিমিতা দাসৰ ফেৰী দুৰ্ঘটনাটোত আহত হোৱাৰ পাছত যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু ঘটে।

সেইদৰে, ৰাজগড় হাইস্কুলৰ এগৰাকী শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ কাজিৰঙাত উদ্ধাৰ হয়।

আনহাতে, ফেৰীখনৰ এগৰাকী যাত্ৰী মাজুলী এখন হাস্পাতালৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ কাকতি এতিয়াও সন্ধানহীন হৈ আছে।

Recent News

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd