• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“পৰিবেশ সংৰক্ষণৰ সজাগতাৰ বাবে সংবাদমাধ্যমৰ ভূমিকা অপৰিসীম”-পদ্মশ্ৰী যাদৱ পায়েং

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
June 7, 2022 7:28 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধ্যয়ন চক্ৰ টীয়ক আৰু ইংলিছ ষ্টাডী এণ্ড লিটাৰেৰী ফ’ৰাম কাকজান কলেজৰ যৌথ উদ্যোগত তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী সোমবাৰে ৰূপায়ন হয়।

কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ভৈৰবানন্দ বৰাই আঁতধৰা তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° পংকজ গোস্বামী বিশেষ অতিথি হিচাপে উপস্থিত থাকে।

উক্ত সভাত মুখ্য অতিথি হিচাপে ভাৰতবৰ্ষৰ অৰণ্য-মানৱ পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত থাকি পৃথিৱীৰ সেউজীয়াকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই লগতে দুয়োটা শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল তথা উপস্থিত ৰাইজৰ সৈতে সেউজ  পৰিবেশ গঢ়ি তোলাৰ অৰ্থে বাৰ্তালাপত মিলিত হয়।

Apply Now
ফটো: নৰ্থইষ্ট নাও।

ছাত্ৰ-ছাত্ৰীসকলক আজি কিদৰে তেওঁ এই স্থানত উপনীত হৈছে তাৰ আভাস দিয়ে। লগতে বিশ্বৰ প্ৰতিগৰাকী মানুহকে বছৰি এটাকৈ গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণত অৰিহণা যোগাবলৈ আহ্বান জনায়।

ইপিনে পৰিবেশ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সংবাদ মাধ্যমৰ ভূমিকাও অধিক গুৰুত্বপূৰ্ণ বুলিও ভাষণ প্ৰসংগত অৰণ্য মানৱগৰাকীয়ে সদৰি কৰি এইদৰে সজাগতা সৃষ্টি কৰিবলৈ আয়োজন কৰা উক্ত সভাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তুফেল জিলানী, বিশিষ্ট শিক্ষক ৰমেন শৰ্মা, অধ্যয়ন চক্ৰ টীয়কৰ হৈ দ্বীপজ্যোতি শইকীয়া, চন্দন জ্যোতি ভুঞা, ৰেঙণিৰ সঞ্চালক বিজু কুমাৰ শৰ্মা, বিনীতা শইকীয়া, ছাত্ৰনেতা ৰন্টু ভুঞা, যদুমণি বৰুৱাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে  উক্ত সভা আৰম্ভণিৰ প্ৰাকক্ষণত বিদ্যালয়ৰ চৌহদত অৰণ্য মানৱ যাদৱ পায়েঙে এটি গছপুলি ৰোপণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ শেষত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ সংৰক্ষণৰ ওপৰত এখনি নাটক প্ৰদৰ্শন কৰি অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটায়।

এন ই নাও নিউজ, টীয়ক

এন ই নাও নিউজ, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd