• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ আৰোগ্য সেতু এপৰ নকল মুকলিৰে ভাৰতীয় সেনা বাহিনীৰ ব্যক্তিগত তথ্য চুৰিৰ নিকৃষ্ট ষড়যন্ত্ৰ পাকিস্তানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2020 8:46 am

2 min read

ভাৰতৰ আৰোগ্য সেতু এপৰ নকল মুকলিৰে ভাৰতীয় সেনা বাহিনীৰ ব্যক্তিগত তথ্য চুৰিৰ নিকৃষ্ট ষড়যন্ত্ৰ পাকিস্তানৰ

আৰোগ্য সেতু এপ

1.2k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী চৰকাৰে কোভিদ-১৯-ৰ সৈতে যুঁজাৰ বাবে মুকলি কৰা আৰোগ্য সেতু এপক লৈ ষড়যন্ত্ৰ ৰছনা কৰিছে প্ৰতিবেশী পাকিস্তানে।

কোভিদ-১৯-ত আক্ৰান্ত ব্যক্তি সকলৰ ট্ৰেছিঙৰ বাবে ভাৰতে মুকলি কৰা আৰোগ্য সেতু এপৰ পাকিস্তানে নকল মুকলি কৰি ভাৰতীয় সেনা বাহিনীৰ জোৱানৰ ব্যক্তিগত তথ্য চুৰি কৰাৰ বাবে চেষ্টা চলাইছে বুলি ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা (আই চি এম আৰ)ৰ কোভিদ-১৯-ত আক্ৰান্ত ব্যক্তিসকলৰ ডাটাবেছ ব্যৱহাৰ কৰি এই সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু ইয়াৰ ওচৰে-পাজৰে থকা ব্যক্তি সকলক কোভিদ-১৯ আক্ৰান্ত ব্যক্তি সকল সম্পৰ্কে সজাগ কৰি দিয়াৰ বাবে স্বাস্থ্য সম্পৰ্কীয় এপটো মুকলি কৰা হৈছিল।

জানিব পৰা মতে, পাকিস্তানে ভাৰতৰ আৰোগ্য সেতুৰ নিচিনা একে নামৰ এটা এপ মুকলি কৰি ভাৰতীয় সেনা বাহিনীত কৰ্মৰত জোৱান তথা বিষয়া সকলৰ ব্যক্তিগত তথ্য সংগ্ৰহৰ চেষ্টাৰে তেওঁলোকৰ সৈতে হোৱাটছএপৰ জৰিয়তে সম্পৰ্কৰ প্ৰয়াস কৰিছে।

পাকিস্তানে মুকলি কৰা ভূৱা আৰোগ্য সেতু এপটো এবাৰ মোবাইলত ইনষ্টল কৰি লোৱাৰ পাছত বহু ব্যক্তিগত তথ্য চুৰি কৰিব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় প্ৰতিৰক্ষা বিষয়া সকলে।

ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা সেনা বাহিনীৰ বিষয়া তথা জোৱান সকল এই সম্পৰ্কে ইতিমধ্যে সজাগ কৰি দিয়া হৈছে আৰু আৰোগ্য সেতু এপ মাত্ৰ MyGov.in অথবা Android আৰু IOS play store-ৰ পৰা ডাউনলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, ভাৰতৰ কোভিদ-১৯-ৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্ৰত মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছেও প্ৰশংসা কৰিছে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd