• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰা ১০০ বছৰ পুৰণি হিন্দু মন্দিৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 11:40 am

1 min read

দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰা ১০০ বছৰ পুৰণি হিন্দু মন্দিৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

ফটো সৌজন্য- ইণ্ডিয়া টুডে

155
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে দেশখনৰ খাইবাৰ পাখটুনখাৱা অঞ্চলত হিন্দুৰ মন্দিৰ ধ্বংস কৰা ঘটনাক গৰিহনা দিয়াৰ লগতে এনেধৰণৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় স্তৰত পাকিস্তানক লজ্জিত কৰিছে বুলি উল্লেখ কৰে।

খাইবাৰ পাখটুনখাৱাৰ এটা ১০০ বছৰ পুৰণি হিন্দু মন্দিৰ ধ্বংস কৰাক কেন্দ্ৰ কৰি পাকিস্তানৰ লগতে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ঘটনা সন্দৰ্ভত পাকিস্তান উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি দেশখনৰ ইভাকুৱী-প্ৰপাৰ্টি ষ্টাষ্ট বোৰ্ডক পুনৰ মন্দিৰটো নিৰ্মাণ কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।

খাইবাৰ পাখটুনখাৱাৰ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, পাকিস্তানত প্ৰায় হিন্দুৰ মন্দিৰ সমূহত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰি আহিছে।

১০০ বছৰ পুৰণি মন্দিৰটো দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰাৰ পাছত ভাৰতত থকা হিন্দু ধৰ্মৰ লোক সকলেও পাকিস্তানৰ হিন্দু ধৰ্মালম্বী লোক সকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি পাকিস্তান চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd