• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় যুৱকৰ সৈতে পাকিস্তানৰ দুটা সন্তানৰ মাতৃৰ প্ৰেমে পালে পূৰ্ণতা! ভিডিঅ’ কলৰ জৰিয়তে সম্পন্ন বিবাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2024 9:40 pm
4.4k
VIEWS
Share on FacebookShare on Twitter

আন এটা সীমা হায়দৰৰ দৰে কাণ্ড!ঘটনা অনুসৰি ছচিয়েল মিডিয়াত কথা পাতি যুৱকজনৰ সৈতে ভিডিঅ’ কলৰ জৰিয়তে দুয়ো বিবাহপাশত আবদ্ধ হয়। এগৰাকী ২৫ বছৰীয়া মহিলাই ৰাজস্থানৰ যুৱকজনৰ বাবে পাকিস্তানৰ পৰা এই দেশলৈ আহিবলৈ বাধ্য হয়৷

ছোৱালীজনীৰ নাম মেহবীশ। তেওঁ পাকিস্তানৰ ইছলামাবাদৰ বাসিন্দা। ২০১৮ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পাছতে ৰাজস্থানৰ বিকানেৰ জিলাত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰহমানক লগ পায় মেহবীশে। ৰহমানে কুৱেইটত পৰিবহণ ব্যৱসায় চলাই আছে। ২০২২ চনৰ ১৩ মাৰ্চত ছ’চিয়েল মিডিয়াত কথা পাতি মেহবীশে ৰহমানৰ বিবাহৰ প্ৰস্তাৱ দিছিল। তিনিদিন পিোছত ভিডিঅ’ কলৰ জৰিয়তে দুয়োৰে বিবাহ হয়। ২০২৩ চনত মেহবীশ মক্কালৈ গৈছিল। তাৰ পিছত দুয়োৰে আনুষ্ঠানিকভাৱে বিয়া হৈছিল।

ইয়াৰ পূৰ্বে মেহৱীশে লাহোৰৰ বাদামীবাগৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ ১২ বছৰ ধৰি চলিছিল। ২০১৮ চনত বিবাহ বিচ্ছেদ। মেহৱীশৰো দুটা পুত্ৰ আছে। এজনৰ বয়স ১২ বছৰ। এজনৰ বয়স সাত বছৰ।

ইছলামবাগৰ পৰা লাহোৰলৈ গৈছিল মেহৱীশ ৰহমানক লগ কৰিবলৈ। ২৫ জুলাইত তেওঁ ৱাগা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। তাৰ আগতে দুয়োখন দেশৰ প্ৰশাসনে তেওঁৰ নথি-পত্ৰ পৰীক্ষা কৰিছিল। মেহবীশক ৪৫ দিন ভাৰতত থাকিবলৈ ভিছা দিয়া হৈছিল। ৰহমানৰ পৰিয়ালে তেওঁক আদৰণি জনায়। মেহবীশ তেওঁলোকৰ লগত ৰাজস্থানৰ চুৰুৰ পিঠিছাৰ গাঁৱলৈ যায়৷

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd