DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুদণ্ডৰ বিৰুদ্ধে আদালতত আবেদন জনাব পাৰিব কুলভূষণ যাদৱে, পাক সংসদত বিধেয়ক গৃহীত

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2021 11:06 pm
kul
342
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ কাৰাগাৰত মৃত্যুৰ ক্ষণ গণি থকা ভাৰতীয় নাগৰিক কুলভূষণ যাদৱে পাকিস্তানৰ উচ্চ ন্যায়ালয়ত তেওঁক প্ৰদান কৰা মৃত্যুদম্ডৰ বিৰুদ্ধে আবেদন জনাব পাৰিব ।

আজি পাকিস্তানৰ নিমন্ত সদনত এই বিষয়ে এখন বিধেয়ক গৃহীত কৰা হয়। ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছে কুলভূষণ যাদৱ সন্দৰ্ভত দিয়াৰায়ক কাৰ্যকৰী কৰাৰ বাবেই এই বিশেষ বিধেয়ক খন গৃহীত কৰা হয়।

পাকিস্তানৰ নিম্ন সংসদৰ ২১ গৰাকী সদস্যএ আজি এই বিধেয়ক খনত সমৰ্থন জনায়।উল্লেখ্য ২০১৯ চনতে ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছে কুলভূষণ যাদৱক ন্যায় লাভৰ সকলো পন্থা অৱলম্বনৰ সুবিধা দিবলৈ নিৰ্দেশ দিছিল।

পাকিস্তানৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পাক সেনাই ২০১৬ চনত ইৰাণৰ চাবাহাৰ বন্দৰৰ পৰা ধৰি লৈ যোৱা ভাৰতীয় নৌসেনা বাহিনীৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱে মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে এইবাৰ সুবিধা লাভ কৰিব।

উল্লেখ্য ২০১৬ চনত কুলভূষণ যাদৱক পাকিস্তানে বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি কৈ আহিছে যদিও ভাৰতৰ মতে তেওঁ সেই সময়ত ইৰাণতহে আছিল।

গ্ৰেপ্তাৰৰ এবছৰ পিছতেই পাকিস্তানৰ সেনাৰ আদালতে কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

পাক চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতে ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছৰ কাষ চপাত ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছে বিগত বৰ্ষৰ জুলাই মাহত কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনোৱাৰ সুযোগ দিবলৈ কৈছিল।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd