• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰনৈত চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালনাম মহোৎসৱ উদযাপন

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 9, 2019 10:31 am
ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰ উদ্বোধনৰ সময়ত সুশান্ত বিশ্ব শৰ্মা

ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰ উদ্বোধনৰ সময়ত সুশান্ত বিশ্ব শৰ্মা

474
VIEWS
Share on FacebookShare on Twitter

 

গোৱালপাৰা জিলাৰ মৰনৈত শুকুৰবাৰৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পালনাম মহোৎসৱ। পালনামক কেন্দ্ৰকৰি অঞ্চলটোত এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰিছে৷ হৰিভক্তিত মুখৰিত হৈ পৰিছে মৰনৈৰ আকাশ-বতাহ।

ধৰ্মধ্বজা উত্তোলনৰে ৪৯ সংখ্যক পালনাম মহোৎসৱৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে সভাপতি নিপ কুমাৰ দাসে। বৰপেটা জিলাৰ ভৱানীপুৰ আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও নামদলে পালনাম মহোৎসৱখনিত আংশগ্ৰহণ কৰিব।

আনহাতে, পালনাম মহোৎসৱৰ লগত সংগতি ৰাখি এক ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি অঞ্চলটোৰ ৰাইজৰ উদ্যোগক প্ৰসংশা কৰাৰ লগতে এনেধৰণৰ কাৰ্য্যসূচীয়ে জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰিতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায় বুলিই মন্তব্য কৰে।

সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপাৰা জিলাৰ বিভন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মীয় ঐতিহ্যক আটক ধুনীয়া ৰূপত উপস্থাপন কৰা হয়। গোৱালপাৰা ঐতিহাসিক শ্ৰী সূৰ্য্য পাহাৰ পীঠস্থান পৰিচালনা সমিতিৰ সম্পাদক হৰমোহন কলিতা আৰু জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd