• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ আতংকৰ মাজতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদমহীয়া পালনামৰ আয়োজন

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , August 13, 2020 1:53 pm

1 min read

ক’ৰ’নাৰ আতংকৰ মাজতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদমহীয়া পালনামৰ আয়োজন

ফাইল ফটো

239
VIEWS
Share on FacebookShare on Twitter

পবিত্ৰ ভাদ মাহলৈ মাজত আৰু দুটা দিন বাকী। অসমৰ বিভিন্ন মঠ-মন্দিৰ সমূহ ভাদ মাহৰ প্ৰতিটো দিনতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে। ব্যতিক্ৰম নহয় মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।

বাকী মাহ কেইটাৰ তুলনাত ভাদ মাহত বৃদ্ধি পায় ভক্তৰ সমাগম, কিয়নো ১৫২৮ চনৰ পৰাই সুদীৰ্ঘ কাল এই পালনামভাগ নিৰবিচ্ছিন্নভাৱে উদযাপন কৰি অহা হৈছে।

কিন্তু এইবাৰ পৰিৱেশ সুকীয়া। ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে সকলোকে আতংকিত কৰি ৰখাৰ মাজতে পবিত্ৰ ভাদ মাহলৈ আৰু মাজত মাথো দুটা দিন থকা অৱস্থাত ঐতিহাসিক বৰনামঘৰত নাই পূৰ্বৰ দৰে উৎসাহ।

কেৱল মাত্ৰ আধ্যাত্মিক দিশ ৰক্ষা কৰি চৰকাৰী সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে আয়োজনৰ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে।

লগতে এই পীঠলৈ অহা ভক্তসকলৰ বাবে কেনেদৰে সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই লৈ অহা ১৭ আগষ্ট তাৰিখে জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd