• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ পাণ বাজাৰ বাছ আস্থানত উদ্বোধন হ’ব মহানগৰীৰ প্ৰথমটো দুগ্ধপান কক্ষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2018 1:42 pm

1 min read

baby-750x375
218
VIEWS
Share on FacebookShare on Twitter

কেঁচুৱা থকা মাতৃসকলৰ সুবিধাৰ্থে তথা বৰষুণৰ সময়ত মহিলাসকলৰ নিৰাপদ আশ্ৰয়ৰ বাবে গুৱাহাটীৰ পান বজাৰত উন্মোচন কৰা হ’ব দুগ্ধপান কক্ষ।

অহাকালি ২৮ নৱেম্বৰ বুধবাৰে পাণ বজাৰৰ পানী যোগান বিভাগৰ কাষত গুৱাহাটীৰ প্ৰথমটোদুগ্ধপান কক্ষ উদ্বোধন কৰা হ’ব।  এই কক্ষটো শীততাপ নিয়ন্ত্ৰিত হ’ব।

মহালক্ষ্মী গ্ৰুপৰ সহযোগিতাৰে গুৱাহাটীৰ অতি প্ৰয়োজনীয় এই দুগ্ধপান কক্ষটো নিৰ্মাণ কৰিছে গুৱাহাটী পৌৰ নিগমে। এই কক্ষটোত এটা টয়লেট সহ এটা কেঁচুৱাক দুগ্ধপান কৰোৱা কক্ষ সংলগ্ন থাকিব।

এই কক্ষটোত মাতৃসকলে কোনো অসহজ অনুভৱ নকৰাকৈ শিশুক দুগ্ধপান কৰোৱাৰ লগতে ধুমুহা আৰু বৰষুণৰ সময়ত আশ্ৰয় দিব পাৰিব।

‘ দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ঘাইকৈ লিংগ-বৈষম্য দূৰ কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু মহানগৰখনত মহিলাসকলৰ বাবে এটা সহজ অনুভৱ কৰাৰ স্থান সৃষ্টি কৰাৰ উদ্দেশ্যে এই কক্ষ নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কৈছে যে পান বজাৰ বাছ আস্থানত একমাত্ৰ শিশুক দুগ্ধপান কক্ষ স্থাপন কৰা হৈছে যদিও পৰ্যায়ক্ৰমে মহানগৰখনৰ আন আন স্থানটো এই কক্ষ স্থাপন কৰা হ’ব। উল্লেখ্য যে ভ্ৰমণৰ সময়চোৱাত শিশুক দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত এই কক্ষটোৱে মাতৃসকলক যথেষ্ট উপকৃত কৰিব।

Recent News

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd