DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : শিৱসাগৰত ৩জন প্ৰাৰ্থীৰ মনোনয়ন নাকচ; যুঁজত নামিব ২,০২৫জন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 19, 2018 7:29 am
Panchayat

প্ৰতিনিধিত্বমূলক ছবি

338
VIEWS
Share on FacebookShare on Twitter

শিক্ষাগত অৰ্হতাকে ধৰি বিভিন্ন ধৰণৰ খেলিমেলিৰ বাবে শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দাখিল কৰা ৩ গৰাকী  প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হয়। প্ৰাৰ্থী ৩জন হৈছে ক্ৰমে বিজেপি, অগপ আৰু অসম সংগ্ৰামী মঞ্চ দলৰ।

ইয়াৰে বিজেপিৰ লাচিত গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা কল্পনা চাংমাইৰ ভুৱা শিক্ষাগত অৰ্হতা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বিপৰীতে বেতবাৰী পঞ্চায়তৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰা অগপ প্ৰাৰ্থী মনু শেনচোৱা আৰু চেৰেকাপাৰ পঞ্চায়তৰ পৰা মনোনয়ন দাখিল কৰা ভানু চেতিয়াৰ শিক্ষাগত অৰ্হতা আৰু জাতিগত প্ৰমাণ পত্ৰৰ মাজত থকা আসোঁৱাহৰ বাবে মনোনয়ন নাকচ হোৱা বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা শিৱসাগৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন জিলা পৰিষদৰ মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱাৰ লগতে ৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে মুঠ  ১৭৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি ৬২ খন গাঁও পঞ্চায়তৰ সভাপতিৰ পদৰ মুঠ ১৯২ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ বুলি শিৱসাগৰ নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে ।

শিৱসাগৰ ৬২০ টা ৱাৰ্ড সদস্যৰ মুঠ ১৬২২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু আটাইকেইখন মনোনয়ন বৈধ বুলি জানিব পৰা গৈছে। শিৱসাগৰ জিলাৰ তিনিওটা সমষ্টিত মুঠ ৭৫৭ টা পঞ্চায়ত প্ৰতিনিধিৰ নিৰ্বাচনত অৱৰ্তীণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হল ২,০২৫ জন।  অহা ৫ ডিচেম্বৰত ৩,৪৪,০৭৯ জন ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd