• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত নিৰ্বাচন : কৃষ্ণাইত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা শাসক-বিৰোধীৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 24, 2018 10:30 pm
944
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্ণাই গাঁওপঞ্চায়তৰ ঘৰে ঘৰে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ চলোৱা দেখা গৈছে।

মন কৰিব লগীয়া যে শেহতীয়াকৈ কৃষ্ণাইত শাসক-বিৰোধী একাংশ কৰ্মীয়ে মুকলিকৈ নিৰ্দলীয় প্ৰাৰ্থীক  সমৰ্থন জনোৱা দেখা গৈছে। বিজেপি আৰু কংগ্ৰেছ কৰ্মীয়ে মোটা অংকৰ ধনৰ বিনিময়ত অনুপযুক্ত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবেই এনেদৰে একাংশ নেতা-কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কৃষ্ণাই গাওঁপঞ্চায়ত সভাপতি পদৰ বাবে বিজেপি দলে ছাহাবুল ইছলামক ইছলামকৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত বিজেপি দলৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ শ্যামল মিত্ৰ নিৰ্দলীয় হিচাপে মনোনয়নপত্ৰ দাখিল কৰাত বিজেপিৰ অংকত আউল লগাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

শাসকীয় দলৰ লগতে কংগ্ৰেছ দলেও জনমত আওকান কৰি ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান কৰাত কৃষ্ণাই ব্লক কংগ্ৰেছৰ মুখপাত্ৰ জয়ন্ত ৰায়ে সদলবলে কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাভুত কৰাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীৰ শ্যামল মিত্ৰ কাষচাপি কংগ্ৰেছ দলৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ টিকটৰ দাবীদাৰ প্ৰক্তন বিধায়ক প্ৰয়াত মহম্মদ আলীৰ পুত্ৰ ৰামিছ ৰাজা (ৰজকুমাৰ), আব্দুল আউৱাল পাৰমানৱিকৰ সলনি শ্বাহ আলমক টিকট প্ৰদান কৰাত ক্ষুণ্ণ হৈ দুয়োজন টিকট প্ৰত্যাশীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়নপত্ৰ দাখিল কৰে।

গাওঁপঞ্চায়তখনত আউৱাল পাৰমাণৱিক (নিৰ্দলীয়), শ্বাহ আলম (কংগ্ৰেছ), ছাহাবুল ইছলাম (বিজেপে), শ্যামল (মিত্ৰ নিৰ্দলীয়), ৰামিছ ৰাজা (ৰাজকুমাৰ) নিৰ্দলীয় আৰু অগপৰ পৰা আইজুদ্দিন আহমেদে প্ৰাৰ্থীত্ব আগবঢ়াইছে৷

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd