DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছত ব্যাপক অসন্তুষ্টি; থাওৰাত জ্যেষ্ঠ‍ কংগ্ৰেছ নেতাৰ পদত‍্যাগ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 15, 2018 1:26 pm
congress_12-570x320

প্ৰতিনিধিত্বমূলক ছবি

303
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওফালে এতিয়া বৈছে নিৰ্বাচনী বতাহ। কিন্তু পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত দেখা দিছে ব্যাপক অসন্তুষ্টিয়ে।

ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যে ইয়াৰ বহিঃপ্ৰকাশ ঘটাৰ সময়তে থাওৰা কংগ্ৰেছতো লাগিছে গোলমাল। জানিব পৰা মতে থাওৰা কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মীক একাংশ কনিষ্ঠ কৰ্মীয়ে গুৰুত্বহীন কৰাত খড়্গহস্ত হৈ পৰিছে জ্যেষ্ঠ কৰ্মীসকল।

তথ্য অনুসৰি থাওৰা সমষ্টিৰ শুকানপুখুৰী গাঁও পঞ্চায়তৰ ৪৮নং প্ৰাথমিক কংগ্ৰেছ আৰু ৫৩নং ৰাইচাইক সামৰি গঠন হোৱা ১০নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰাৰ্থী মনোনীত কৰক লৈ শুকানপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি অৰুণ শৰ্মাই দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে।

জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী মনোনীত কৰাত ক্ষুদ্ধ হৈ তেওঁ শুকানপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদৰ লগতে কংগ্ৰেছ দলৰ সদস্য পদৰ  পৰাও পদত্যাগ কৰে জানিবলৈ দিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd