• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ অভয়াপুৰীত কংগ্ৰেছৰ দুজনৰ মনোনয়ন বাতিল

NE NOW NEWS ইয়াছিন আলী
কোকিলা , November 22, 2018 1:10 pm

1 min read

Panchayat-768x442

প্ৰতিনিধিত্বমূলক ছবি

201
VIEWS
Share on FacebookShare on Twitter

নতুন নিৰ্বাচনী নীতিয়ে এইবাৰ বিমোৰত পেলাইছে পঞ্চায়ত নিৰ্বাচনৰ বহু প্ৰাৰ্থিক। দলীয় টিকট পোৱাৰ পিছতো বঞ্চিত হ’বলগীয়া হৈছে বহুজন ।

যোৱা বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা নিৰ্বাচনী বিষয়াই ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকিলা গাঁও পঞ্চায়ত আৰু ৰঙাপানী গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ দুই সদস্য পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰে।

জানিব পৰা মতে গাঁও ৰক্ষী বাহনিৰ সম্পাদক পদত নিয়োজিত হৈ থকাৰ বাবে  উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে কোকিলা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মন্তাজ আলী আহমেদ আৰু ৰঙাপানী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আব্দুল ৰহিম বাদশ্বাহৰ মনোনয়ন পত্ৰ নাকচ কৰিছে।

উল্লেখযোগ্য যে কোকিলা গাঁও পঞ্চায়তৰ এ আই ডি ইউ এফৰ প্ৰাৰ্থী মিন্টু আহমেদৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছৰ উক্ত প্ৰাৰ্থী দুজনৰ মনোনয়ন বাতিল হয়। আনহাতে এ আই ডি ইউ এফৰ মিন্টু আহমেদৰ ঘৰত পকী শৌচালয় নথকাৰ বাবে পঞ্চায়তবাসীয়ে মিন্টু আহমেদৰ মনোনয়ন বাতিল কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

একাংশ স্থানীয় ৰাইজৰ মতে সমাজ সচেতন তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃষক কোকিলা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মন্তাজ আলীৰ জয় প্ৰায় নিশ্চিত আছিল। আনহাতে এইবাৰ অঞ্চলটোত আঞ্চলিক পঞ্চায়তৰৰ সদস্য, গাওঁ পঞ্চায়তৰ সভাপতি আদি পদৰ বহু প্ৰাৰ্থীৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ উত্থাপন হৈছে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd