DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ১৬ খন জিলাৰ লগতে শিৱসাগৰতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 5, 2018 9:27 am
ৰাজ্যৰ ১৬ খন জিলাৰ লগতে শিৱসাগৰতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

ফটো : নৰ্থ-ইষ্ট নাও

268
VIEWS
Share on FacebookShare on Twitter

আজি ১৬ খন জিলাৰ লগতে শিৱসাগৰতো ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰাই জিলাখনৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।।

উল্লেখ্য যে শিৱসাগৰ মহকুমাৰ অন্তৰ্গত শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ মুঠ ৬৩৮ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইয়াৰে ৪৬১ টা কেন্দ্ৰ সুৰক্ষিত, ১৭৪ টা স্পৰ্শকাতৰ আৰু ৩ টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে ঘোষনা কৰি থৈছে।

বৰ্তমানলৈকে সকলো ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে বুলি আমালৈ অহা শেহতীয়া খবৰৰ পৰা জানিব পৰা গৈছে।

জিলাখনৰ মুঠ ১৩ খন জিলা পৰিষদ,  ৪ খন আঞ্চলিক পঞ্চায়ত, ৬২ খন গাঁও পঞ্চায়ত আৰু ৬২০ টা ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। জিলাখনত ১,৭৫,১৭৩ জন পুৰুষ আৰু ১,৬৯,৭২ গৰাকী মহিলাৰ সৈতে মুঠ ৩,৪৪,৩৪৫ গৰাকী ভোটাৰে ভোটদান কৰিব।

ইফালে জিলাখনত পঞ্চায়ত নিৰ্বাচনত মুঠ ২০২৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৩৮ গৰাকী জিলা পৰিষদৰ সদস্য, ১৭৩ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ১৯০ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি আৰু ১৬২৬ গৰাকী প্ৰাৰ্থীয়ে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে।    

Recent News

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd