• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন বি এছ এফৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 2, 2021 7:25 pm

1 min read

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন বি এছ এফৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙৰ

উৎস-ইণ্টাৰনেট

97
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা পৰিদৰ্শন কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ অতিৰিক্ত সঞ্চালক পংকজ কুমাৰ সিঙে।

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছতে অতিৰিক্ত সঞ্চালক গৰাকীয়ে অতি শীঘ্ৰে সীমান্তৰ পহৰাত ডগ স্কোৱাড মোতায়ন কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

মূলত সীমান্ত অঞ্চলেৰে চলি অহা অবৈধ বেহা-ব্যাৱসায়ৰ কাম-কাজ ৰোধ কৰাৰ বাবেই এই বিশেষ ডগ স্কোৱাড মোতায়ন কৰা হ’ব বুলি সিঙে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মঙলবাৰে বি এছ এফৰ অতিৰিক্ত সঞ্চালক গৰাকীয়ে দিল্লীৰ পৰা কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কৰিমগঞ্জত উপস্থিত হয় সীমান্ত অঞ্চল পৰিদৰ্শনৰ বাবে।

বি এছ এফৰ বিষয়া গৰাকীয়ে কৰিমগঞ্জ জিলা প্ৰশাসনৰ সৈতে অবৈধ নিষিদ্ধ ড্ৰব্যৰ সৰবৰাহ, অবৈধ পশুধনৰ চোৰাং সৰবৰাহ ইত্যাদি বিষয়তো এক আলোচনাত অংশগ্ৰহণ কৰে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd