• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ সৈতে সু-সম্পৰ্কৰ দাবী আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2018 12:56 pm
Paresh-Baruah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই চীনৰ সৈতে অতি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ কথা স্বীকাৰ কৰিছে। ‘দ্য উইক’ আলোচনীৰ ‘২ ডিচেম্বৰ ২০১৮’ সংখ্যাত আলোচনীখনৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত এই কথা বৰুৱাই প্ৰকাশ কৰিছে।

তেওঁ চীনৰ কেতবোৰ কিছুমান বাধ্য-বাধকতাৰ ওপৰতো সতৰ্ক কৰি দি কৈছে যে চীনৰ সকলো কথাই মানি ল’ব নোৱাৰি। বৰুৱাই আৰু কৈছে যে তেওঁ আন আন ৰাষ্ট্ৰৰো কাষ চাপিছে। অৱশ্যে তেওঁ কোন কোন ৰাষ্ট্ৰৰ কাষ, চাপিছে সেই কথা স্পষ্ট কৰা নাই।

Apply Now

আনহাতে আলোচনীখনেও এই সাক্ষাৎকাৰতো ব্যক্তিগতভাৱে সাক্ষাতৰ জৰিয়তে নে টেলিফ’ন কৰি নে ইমেইলৰ জৰিয়তে আৰু কিমান দিনৰ পূৰ্বে বৰুৱাৰ উত্তৰসমূহ গ্ৰহণ কৰিছে সেই কথা স্পষ্ট কৰা নাই।

উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে সীমা সম্পৰ্কীয় সমস্যা সন্দৰ্ভত চীনৰ বিশেষ প্ৰতিনিধি আৰু জাতীয় উপদেষ্টা ৱাং য়িৰ সৈতে আলোচনাত বহাৰ বাবে চীনত উপস্থিত হোৱাৰ সময়তেই আলোচনীখনৰ এই সংখ্যটো গৈ পাঠকৰ ওচৰ পাইছেগৈ।

উল্লেখ্য যে পৰেশ বৰুৱাক দেশত বিচাৰৰ সন্মুখীন হোৱাৰ বাবে ভাৰতৰ হাতত সমৰ্পণ কৰাৰ বাবে ভাৰতে ইতিমধ্যে চীনক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে।

ডোভালে ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আলোচনাত বিষয়টো উত্থাপন কৰিব নে নকৰে সেই কখথা জানিব পৰা নাই।বৰুৱাই আৰু কৈছে যে এনএছচিএনৰ খাংগো কনিয়াকক সংগঠনৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰত তেওঁ এটা ভূমিকা পালন কৰিছিল।

বৰুৱাই আলফাত (স্বাঃ) নতুন নেতৃত্বৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো জোৰ দিয়ে। অৱশ্যে তেওঁ সংগঠনটোত কোনো নেতৃত্ব পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া নাই। তেওঁ আৰু কৈছে যে শেহতীয়াভাৱে আলফাত বহুতো নতুন সদস্য ভৰ্তি হৈছে।

বৰুৱাই ভাৰতীয় প্ৰশাসনক চীন আৰু উত্তৰ কোৰিয়ালৈ গৈ দেশ দুখনৰ প্ৰগতি নিজ চকুৰে চাই আহিবলৈ উপদেশ দি কয় যে ভাৰতত গৰুৰ মাংস খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু মানুহ উৎসৱ-পাৰ্বণত মজি আছে। বৰুৱাই কৈছে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো ভাল হোৱা নাই।

আলফাৰ সেনাধ্যক্ষগৰাকীয়ে কূটনীতি আৰু সশস্ত্ৰ সংগ্ৰাম দুয়োটাৰে পোষকতা কৰে। তেওঁ আৰু কয় যে তেওঁ শেহতীয়াভাৱে প্ৰতি মাহে বিদেশী প্ৰতিনিধিসকলক সাক্ষাৎ কৰি আছে।

ধাৰণা কৰা হৈছে যে একাংশ সংবাদ মাধ্যমে এটা পথ দুৰ্ঘটনাত পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ পূৰ্বেই এই সাক্ষাৎকাৰটো গ্ৰহণ কৰা হৈছিল বুলি অনুমান কৰা হৈছে। কাৰণ সমগ্ৰ ৩ পৃষ্ঠাজোৰা সাক্ষাৎকাৰটোৰ ক’তোৱেই এই সন্দৰ্ভত কোনো প্ৰশ্ন অথবা প্ৰতিক্ৰিয়াৰ প্ৰসংগ পোৱা নাযায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd