• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অলিম্পিকত যৌনতাৰ ৰম্যভূমিলৈ পৰিণত হ’ব পেৰিছ : দৰ্শক-খেলুৱৈৰ শুশ্ৰুষাৰ বাবে সাজু হৈছে হোটেল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 25, 2024 6:40 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিকক পৃথিৱীৰ আটাইতকৈ মহান আৰু বৃহৎ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। বিভিন্ন খেলৰ প্ৰতিযোগিতাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ এক অবিচ্ছেদ্য অংগ হৈছে যৌনতা। যৌনতা অবিহনে যেন অলিম্পিক অসম্পূৰ্ণ।

এইবাৰ পেৰিছত অনুষ্ঠিত হ’ব অলিম্পিক ২০২৪।  পেৰিছ অলিম্পিকত বিশ্বৰ ২০৬খন দেশৰ প্ৰায় ১০,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে ৫২৫০ গৰাকী পুৰুষ আৰু ৫২৫০ গৰাকী খেলুৱৈ।

Apply Now

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে অলিম্পিক চাবলৈ পেৰিলৈ সমাগম ঘটিব বিশ্বৰ সকলো প্ৰান্তৰ, সকলো দেশৰ লাখ লাখ দৰ্শক তথা ক্ৰীড়ানুৰাগী। এই সকলোৰে উপস্থিতিত পেৰিছ হৈ পৰিব মুক্ত যৌনতাৰ ৰমণীয় চৰণীয়া পথাৰ। এনেয়েও মুক্ত আৰু উদাৰ যৌনতাৰ ক্ষেত্ৰত পেৰিছ চহৰৰ এটা সুকীয়া পৰিচয় আছে।

যোৱা বাৰ টকিঅ’ অলিম্পিক আৰম্ভ হোৱাৰ আগতে চৰ্চা লাভ কৰিছিল ‘এণ্টি-চেক্স’ বিচনাই। টকিঅ’ অলিম্পিকত প্ৰতিযোগীসকলক যৌন সম্পৰ্কৰ পৰা আঁতৰাই ৰাখিবলৈ আয়োজকসকলে এনে বিচনাৰ কথা চিন্তা কৰিছিল। কিয়নো টকিঅ’ অলিম্পিক অণুষ্ঠিত হৈছিল কোভিডকালীন পৰিস্থিতিৰ মাজত। সেয়েহে আয়োজকসকলে যৌন সম্পৰ্ক স্থাপনকে ধৰি কেইবাটাও বাধা আৰোপ কৰিছিল। খেলুৱৈসকলক যৌন সম্পৰ্কৰ পৰা যিমান পাৰি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল আয়োজক সকলে।

কিন্তু এইবাৰ আৰু ক’ৰ’না নাই। লগতে পেৰিছো পৰিচিত যৌনতাৰ ৰম্যভূমি হিচাপে। গতিকে এইবাৰ খেলুৱৈ সকলে মুক্তমনে গ্ৰহণ কৰিব পাৰিব যৌনতাৰ আনন্দ।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী নিৰাপদ যৌন সম্পৰ্ক আৰু এইচ আই ভি প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয়। ১৯৮৮ চনৰ ছিউল অলিম্পিকত ৮৫০০ বিনামূলীয়া কণ্ডম বিতৰণ কৰিছিল অলিম্পিক কৰ্তৃপক্ষই। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে অলিম্পিকত প্ৰদান কৰা হয় বিনামূলীয়া কণ্ডম।

বছৰ বছৰ ধৰি কণ্ডম বিতৰণৰ পৰিসংখ্যাই এটা কথা স্পষ্ট কৰি দিয়ে যে অলিম্পিক যৌনতাৰ সৈতে জড়িত হৈ আহিছে।  এইবাৰো অলিম্পিকত প্ৰদান কৰা হৈছে বিনামূলীয়া কণ্ডম। লগত ব্যৱস্থা কৰা হৈছে সকলো যাৱতীয়া সুবিধা আৰু সুৰক্ষাৰ ব্যৱস্থা। ইয়াৰোপৰি অলিম্পিক অনুষ্ঠিত হোৱা ঠাইত যৌন স্বাস্থ্য পৰীক্ষা কেন্দ্ৰও থাকিব। খেলুৱৈসকলকো নিৰাপদ যৌন সম্পৰ্কৰ পাঠ দিয়া হ’ব। লগতে এই অঞ্চলত থাকিব নন-এলকহলিক বাৰ।

পেৰিছ আলিম্পিকলৈ মাত্ৰ পাঁচ দিন বাকী। তাৰ পিছত আৰম্ভ হ’ব অলিম্পিক। এই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ১১৭ জন খেলুৱৈয়ে। ইয়াৰে ৭০ জন পুৰুষ আৰু ৪৭ গৰাকী মহিলা খেলুৱৈ। ভাৰতীয় খেলুৱৈ সকলে ৬৯টা ইভেণ্টত ৯৫টা পদকৰ বাবে যুঁজিব। তেওঁলোকৰ লগত থাকিব ১৪০ জন সহায়ক কৰ্মচাৰী। ইতিমধ্যেই পেৰিছ অভিমুখে ৰাওনা হৈছে ২৫৭ জনীয়া এটা দল।

স্মৰ্তব্য যে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে মুঠ ৭টা পদক লাভ কৰে। ইয়াৰ পূৰ্বে ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতে ৬ মেডেল লাভ কৰিছিল। যোৱা অলিম্পিকত নীৰজ চোপ্ৰাই জেভেলিনত সোণ, মিৰাবাই চানুৱে ৪৯ কেজি ভাৰোত্তোলনত ৰূপ, ৰবি দহিয়া ৫৭ কেজি ভাৰোত্তোলনত ৰূপ, লাভলিনা বাৰাগোহাইয়ে মহিলা ৱেল্টৰৱেট বক্সিংত ব্ৰঞ্জ, পিভি সিন্ধুৱে মহিলা একক বেডমিণ্টনত ব্ৰঞ্জ, আৰু বজৰং পুনিয়াই ফ্ৰীষ্টাইল মল্লযুঁজত পদক লৈ অলিম্পিকৰ পৰা উভতি আহিছিল। লগতে ভাৰতীয় পুৰুষ হকী দলেও ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইবাৰো ভাৰতে পূৰ্বতকৈ অধিক পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে লাখ লাখ ভাৰতীয়ই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd