• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ’লঠেকত অতুল বৰা! : বোকাখাত বিজেপিত দলীয় বিদ্ৰোহ; উত্তাল বোকাখাত বাজপেয়ী ভৱন

উত্তম শইকীয়া by উত্তম শইকীয়া
March 4, 2021 9:50 am
Screenshot_20210304-075947~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচ বছৰীয়া কাৰ্যকালৰ পিচত অনুষ্ঠিত হ’ব লগা অসম বিধান সভাৰ নিৰ্বাচনত ৯৩ নং বোকাখাত সমষ্টিটোত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হিচাবে অতুল বৰাই প্ৰাৰ্থীত্ব পোৱাতো নিশ্চিত হোৱাৰ পিচত ক্ষোভিত হৈ পৰিছে বোকাখাতৰ বিজেপি দলৰ তৃৰ্ণমুল কৰ্মীসকল৷

মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাবে অতুল বৰাৰ নাম নিশ্চিত হোৱাৰ পিচতেই বোকাখাত নগৰত থকা বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত তৃৰ্ণমুলৰ কৰ্মীসকল সমবেত হৈ প্ৰাৰ্থীত্বক লৈ হোৱা দলীয় সিধান্তত ক্ষোভ প্ৰকাশ কৰে৷

Apply Now

বিগত পাঁচটা বছৰেই বোকাখাত সমষ্টিৰ বিধায়ক হিচাবে থকা অতুল বৰাই সমষ্টিটোৰ বিজেপি কৰ্মীসকলক অৱহেলা কৰি অহা বুলিও ক্ষোভ উজাৰে বিজেপি কৰ্মীসকলে৷

আগন্তুক নিৰ্বাচনৰ বাবে বোকাখাত সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী অতুল বৰাৰ বিপৰীতে বিজেপিৰ দলৰ নেতা আকাশ ফুকনক প্ৰাৰ্থীত্ব দিব লাগে বুলি বিজেপিৰ কৰ্মীসকলে দাবী উত্থাপিত কৰিছিল যদিও সেয়া হৈ নুঠাত এতিয়া ক্ষোভিত হৈছে বোকাখাতৰ বিজেপি কৰ্মীসকল৷

অতুল বৰাৰ প্ৰাৰ্থীত্বক সহজভাৱে ল’ব পৰা নাই তেওঁলোকে৷ বিগত কাৰ্যকালত আমি অতুল বৰাক বহুত সহায় কৰিছিলো, নিৰ্বাচনী বৈতৰণী পাৰ কৰি বোকাখাত বিধায়ক কৰিছিলো৷ ইয়াৰ পাচতো আমি অতুল বৰাৰ পৰা ৰাজহুৱা সহানুভুতি নাপালো৷ দলৰ নেতৃত্বকো এতিয়া আমি আস্থাত ল’ব নোৱাৰা হৈছো৷ এইদৰে ক্ষোভ প্ৰকাশ কৰিছে বোকাখাতত বিজেপি কৰ্মীসকলে৷

অতুল বৰাৰ প্ৰাৰ্থীত্বকলৈ বোকাখাতৰ বিজেপিত আৰম্ভ হৈছে দলীয় বিদ্ৰোহ৷ এনে পটভুমিত এই ক্ষোভৰ প্ৰতিক্ৰিয়া আগন্তুক বিধান সভা নিৰ্বাচনত পৰাৰ সম্ভাৱনা আছে৷ যাৰ বাবে কিছু পৰিমানে শলঠেকত পৰিব পাৰে অতুল বৰা৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd