• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ মে’ৰ পৰা চলিব যাত্ৰীবাহী ৰে’ল; দিল্লীৰ পৰা ডিব্ৰুগড় আৰু আগৰতলালৈ চলিব ৰে’ল

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 11, 2020 4:18 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ মে’ অৰ্থাৎ কাইলৈৰ পৰা দেশত যাত্ৰীবাহী ৰে’লৰ চলাচল আৰম্ভ হ’ব। দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা এই যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ দুখন যাত্ৰীবাহী ৰে’ল চলাচল কৰিব। মূলত বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক ঘৰলৈ ওভটাই অনাৰ বাবে দিল্লীৰ পৰা ডিব্ৰুগড় আৰু নতুন দিল্লীৰ পৰা আগৰতলালৈ যাত্ৰীবাহী ৰে’ল দুখন চলিব।

Apply Now

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ জনোৱা মতে, আজি আবেলি ৪ বজাৰ পৰা আই আৰ চি টি চিত যাত্ৰী সকলে টিকত বুকিং কৰিব পাৰিব।

বিষয়া গৰাকীয়ে কেবল অনলাইন পদ্ধতিতহে ৰে’ল টিকত সমূহ উপলব্ধ হ’ব বুলিও জানিবলৈ দিয়ে।

আনহাতে, ৰে’লগাড়ী সমূহৰ ষ্টপেজ,  ভাড়া এই সন্দৰ্ভত এতিয়ালৈ কোনোধৰণৰ স্পষ্ট নীতি- নিৰ্দেশনা অহা নাই বুলিও লগতে উল্লেখ কৰে।

‘‘শ্ৰমিক ৰে’ল সমূহত ৰাজ্য চৰকাৰে ভাড়া আদায় দিছিল কিন্তু এই যাত্ৰীবাহী ৰে’লত যাত্ৰী সকলে ব্যক্তিগতভাৱে ভাড়া আদায় দিব লাগিব। সামাজিক দূৰত্ব অটুট ৰখিবৰ বাবে বিশেষ শ্ৰমিক ৰে’ল সমূহত মাজৰ আসনৰ টিকত দিয়া হোৱা নাছিল,’’ শুভানন চন্দ এইদৰে জনায়।

‘‘স্বাস্থ্যজনিত কাৰণত যিসকল যাত্ৰীৰ টিকট থাকিব তেওঁলোকক হৈ ৰে’লৱে ষ্টেচনলৈ আহিব দিয়া হ’ব আৰু ষ্টেচনত সকলোকে স্ক্ৰিনিং কৰা হ’ব ৷ স্ক্ৰিনিঙত কাৰোবাক শৰীৰত যদি বিশেষ লক্ষণ দেখা পোৱা যায় সেইসকল যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব,’’ তেওঁ লগতে কয়।

তদুপৰি, যাত্ৰী সকলে যাত্ৰা কালত মাস্ক পিন্ধাটো বাধ্যতামুলক হোৱাৰ লগতে ষ্টেশ্যন সমূহ প্ৰতিদিনে চেনিটাইজ কৰা হ’ব বুলিও শুভানন চন্দই জনায়।

উল্লেখযোগ্য যে, জনসাধৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিখন ৰে’ল আৰু প্ৰতিটো ষ্টেশ্যনত পোষ্টাৰিং কৰা হ’ব লগতে ৰে’লসমূহত ৰে’ল আৰক্ষী আৰু জিআৰপিও থাকিব আৰু যদি যাত্ৰীয়ে নিয়ম ভংগ কৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে কয়।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ হৈ আছিল। ১ মে’ৰ পৰা ৰাজ্য চৰকাৰে তালিকভূক্ত কৰা লোক সকলক নিজ নিজ গৃহ ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

উত্তৰ পূবলৈ দুখন বিশেষ শ্ৰমিক ৰে’ল আহি আছে। এখন বেংগালুৰুৰ পৰা আগৰতলালৈ আৰু আনখন চেন্নাইৰ পৰা মনিপুৰলৈ ৷

১৩ মে’ত এই দুখন ৰে’ল উত্তৰ-পূবত আহি পাব বুলি জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd