• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পতঞ্জলি আয়ুৰ্বেদৰ ২৭৩.৫১ কোটি টকাৰ জিএছটি জৰিমানাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 12:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পতঞ্জলি আয়ুৰ্বেদৰ ওপৰত আৰোপ কৰা ২৭৩.৫১ কোটি টকাৰ জিএছটি জৰিমানাৰ বিৰুদ্ধে দাখিল কৰা আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ শেখৰ বি চাৰাফ আৰু বিপিন চন্দ্ৰ দীক্ষিতৰ দ্বাৰা গঠিত বিভাগীয় বিচাৰপীঠে পতঞ্জলি আয়ুৰ্বেদৰ আবেদন খাৰিজ কৰে।

ন্যায়াধীশ শেখৰ বি চাৰাফ আৰু বিপিন চন্দ্ৰ দীক্ষিতৰ এখন বিভাগীয় বিচাৰপীঠে পতঞ্জলিৰ যুক্তি নাকচ কৰি কয় যে এনে শাস্তি অপৰাধমূলক দায়বদ্ধতা হিচাপে গণ্য কৰা হয় আৰু অপৰাধমূলক বিচাৰৰ পিছতহে আৰোপ কৰিব পাৰি। ন্যায়ালয়ৰ মতে কৰ্তৃপক্ষই অপৰাধমূলক আদালতৰ শুনানিৰ প্ৰয়োজন নোহোৱাকৈ দেৱানী কাৰ্য্যবিধিৰ জৰিয়তে জি এছ টি আইনৰ ১২২ নং ধাৰাত শাস্তি বিহিব পাৰে। আদালতে স্পষ্ট কৰি দিয়ে যে জিএছটি শাস্তিৰ কাৰ্য্যবিধি দেৱানী প্ৰকৃতিৰ আৰু ইয়াৰ বিচাৰ উপযুক্ত কৰ্তৃপক্ষইহে কৰিব পাৰে। বিচাৰপীঠে কয় যে বিশদ বিশ্লেষণৰ অন্তত স্পষ্ট হৈ পৰিছে যে চিজিএছটি আইনৰ ১২২ নং ধাৰাত চলি থকা কাৰ্য্যবিধিৰ বিচাৰ বিষয়াই কৰিব লাগিব আৰু ইয়াৰ বাবে গোচৰ চলোৱাৰ প্ৰয়োজন নাই।

Apply Now

জিএছটি অধীনত কৰা তদন্তত পতঞ্জলি আয়ুৰ্বেদৰ বিৰুদ্ধে সন্দেহজনক লেনদেন আৰু নথিভুক্ত আয়কৰ ক্ৰেডিটৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছিল। গাজিয়াবাদৰ জি এছ টি চোৰাংচোৱা সঞ্চালকালয় (ডি জি জি আই), গাজিয়াবাদে ২০২৪ চনৰ ১৯ এপ্ৰিলত পতঞ্জলি আয়ুৰ্বেদক কাৰণ দেখুৱাই জাননী জাৰি কৰি কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আইন ২০১৭ৰ ধাৰা ১২২(১), দফা (ii) আৰু (vii)ৰ অধীনত ২৭৩.৫১ কোটি টকাৰ জৰিমনা বিহাৰ প্ৰস্তাৱ আগবঢ়ায়। পিছত ডিজিজিআইয়ে ২০২৫ চনৰ ১০ জানুৱাৰীৰ এক বিচাৰ আদেশৰ জৰিয়তে ৭৪ নং ধাৰাত কৰ দাবী বাদ দিয়ে।

অৱশ্যে ইয়াৰ পিছতো কৰ্তৃপক্ষই ১২২ নং ধাৰাত শাস্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। পতঞ্জলি আয়ুৰ্বেদে এই শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল, আদালতে ২০২৫ চনৰ ২৯ মে’ত এই আবেদন খাৰিজ কৰে। দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত আদালতে ২৯ মে’ত এই আবেদন খাৰিজ কৰে। আৰু কৰ্তৃপক্ষৰ জিএছটি জৰিমানাৰ ওপৰত আইনগত বৈধতা পুনৰ স্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd