DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেশী বিনিয়োগত ব্যৰ্থ ৰাজ্য চৰকাৰৰ ৰামদেৱেই ৰাম ভৰসা!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 2:24 pm
safe_image

ফটো : প্ৰতিদিন টাইম

361
VIEWS
Share on FacebookShare on Twitter

পতঞ্জলি যোগপীঠ ট্ৰাষ্টৰ উদ্যোগত আজি চিৰাং জিলাৰ খৈৰাবাৰীৰ অন্তৰ্গত ৰৌমাৰিত ‘পঞ্চগব্য অনুসন্ধান কেন্দ্ৰ আৰু গোশালা’ নামৰ এটা গো-প্ৰজনন আৰু আয়ুৰ্বেদিক ঔষধ নিৰ্মাণৰ গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।

কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব যোগগুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ। ইয়াৰ উপৰি দুয়োগৰাকীৰ উপস্থিতিত অঞ্চলটোৰ গাঁওবাসীৰ মাজত বৰ্ণসংকৰ গাইগৰু বিতৰণ কৰিব।

উল্লেখ্য যে কৰ্মসংস্থান সৃষ্টি, উপাৰ্জনৰ উৎস তথা ভৱিষ্যত প্ৰজন্মৰ মাজত মানৱতাভাৱ বজাই ৰখাৰ স্বাৰ্থতে পতঞ্জলি যোগপীঠ ট্ৰাষ্টে উক্ত কেন্দ্ৰটো স্থাপন কৰা বুলি জানিবলৈ দিয়ে।

ইফালে উক্ত কেন্দ্ৰটো মুকলি অনুষ্ঠানৰ লগতে সংগতি ৰাখি পতঞ্জলি আচাৰ্যকুলম বিদ্যালয়ৰ বৰ্ষপুতি কাৰ্যসূচীও পালন কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমত বিনিয়োগৰ বাবে পতঞ্জলিয়ে আগ্ৰহ প্ৰকাশ কৰাৰ পাছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পতঞ্জলিক বিটিএডিত বৃহৎ পৰিমানৰ ভূমি আৱন্টন দি ৰঙা দলিচা পাৰি দিয়ে। আনহাতে, এডভান্টেজ আছাম অনুষ্ঠিত কৰি বিদেশী বিনিয়োগ আকৰ্ষণ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে এতিয়া ৰামদেৱৰ দৰে দেশীয় বিনিয়োগকাৰীৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd