• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

আজি মুক্তি লাভ কৰিব পাঠানে : কেনে আছিল কিং খানৰ শেহতীয়া ৫ খন ছবিৰ বক্স অফিচ?

শ্বাহৰুখ খানক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা গৈছিল ‘জিৰ’নামৰ ছবিখনত। এই ছবিখনে ২০১৮ চনৰ ২১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 11:31 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ বছৰৰ দীৰ্ঘ বিৰতিৰ মূৰত মুক্তি পাইছে শ্বাহৰুখ খানৰ ছবি ‘পাঠান’। স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকল এই চিনেমাখনৰ বাবে আগৰেই পৰা উৎসুক হৈ আছিল। কিন্তু শেহতীয়া পাঠানক লৈ হোৱা ধৰ্মীয় বিতৰ্কই অধিক চৰ্চালৈ আনিছে খানৰ শেহতীয়া ছবিখনক।

বিতৰ্কৰ মাজতেই এতিয়া আগতীয়া টিকট বুকিং হিচাপে প্ৰথম দিনাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে পাঠানে। কোটি কোটি টকাৰ ব্যৱসায় কৰাৰ সম্ভাৱনা আছে পাঠান নামৰ বিতৰ্কিত ছবিখনে।

Apply Now

চিনেমা ব্যৱসায়ৰ লগত জড়িত বিশ্লেষকসকলে ভৱিষ্যতবাণী কৰিছে যে ছবিখনে প্ৰথম দিনাই ৪০ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে।

এতিয়া চাও আহকচোন, শ্বাহৰুখ খানৰ শেহতীয়া ৫ খন ছবিৰ বক্স অফিচ সংগ্ৰহ কিমান আছিল?

১. ২০১৬ চনৰ ১৫ এপ্ৰিলত মুক্তি লাভ কৰিছিল শ্বাহৰুখ খানৰ ছবি ‘ফেন’নামৰ ছবিখনে। এই ছবিখনত কিং খানক দুটা চৰিত্ৰত দেখা গৈছিল। কিন্তু বক্স অফিচত ভাল ফল লাভ কৰিব নোৱাৰিলে ফেন-এ। তথ্য অনুসৰি ফেন-এ মাত্ৰ ৮৪,০৩,২৫,০০০ টকাৰ ব্যৱসায় কৰিছিল।

২. শেহতীয়া পাঁচখন ছবিৰ ভিতৰত শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি আছিল ‘ডিয়ৰ জিন্দাগী। আলিয়া ভাট অভিনীত এই ছবিখনে ২০১৬ চনৰ ২৫ নৱেম্বৰত মুক্তি লাভ কৰিছিল। ছবিখনে বক্স অফিচত ৬৬,৪৬,৭৫,০০০ টকাৰ ব্যৱসায় কৰিছিল।

৪. ২০১৭ চনত শ্বাহৰুখ খানৰ আন এখন ছবিয়ে মুক্তি লাভ কৰে। ‘জব হেৰী মেট চেজল’। ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অনুষ্কা শৰ্মাই নায়িকাৰূপত অভিনয় কৰিছিল। ছবিখনৰ বক্স অফিচ সংগ্ৰহ আছিল ৬২,০০,৫০,০০০ টকা।

৫. শ্বাহৰুখ খানক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা গৈছিল ‘জিৰ’নামৰ ছবিখনত। এই ছবিখনে ২০১৮ চনৰ ২১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফক দেখা গৈছিল এই ছবিখনত। ছবিখনে মাত্ৰ ৮৮,৭৪,৫০,০০০ টকা উপাৰ্জন কৰে।

উল্লেখ্য যে আজি (২৫ জানুৱাৰী,বুধবাৰে) শ্বাহৰুখ খান অভিনীত ‘পাঠান’ সমগ্ৰ দেশৰ প্ৰায় ৫০০০ পৰ্দাত মুক্তি লাভ কৰিব। Corona মহামাৰীৰ পিছত বলিউড কঁপাই তোলা এইখনেই এখন ছবি। এই ছবিখনে কিমান টকা সংগ্ৰহ কৰিব পাৰে সেয়া হ’ব লক্ষ্যনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd