DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঠশালাৰ তিনিখন বিদ্যালয়ৰ আঠগৰাকী শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 3:58 pm
পাঠশালাৰ তিনিখন বিদ্যালয়ৰ আঠগৰাকী শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

659
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ সময়তে আজি বৰপেটা জিলাৰ পাঠশালাৰ ৮জন শিক্ষাৰ্থী আৰু এজন শিক্ষক এই ভাইৰাছবিধৰ কৱলত পৰিছে।

পাঠশালাৰ তিনিখন বেলেগ বেলেগ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত কৰা ক’ৰ’না টেষ্টৰ ফলত এই শিক্ষাৰ্থী আৰু শিক্ষকজনৰ ফলাফল পজিটিভ আহে।

এই তিনিখন শিক্ষানুষ্ঠানৰ সৰ্মুঠ ৮১০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষত-শিক্ষয়ত্ৰীয়ে ক’ৰ’না টেষ্ট কৰে।

উল্লেখ্য যে ছমাহ ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে যোৱা ২১ ছেপ্তেম্বৰৰ পৰা খুলিছে।

সমগ্ৰ ৰাজ্যৰ লগতে পাঠশালাৰ বিদ্যালয়সমূহতো ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে পাঠদান। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা ভাগত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া।

সেয়ে ছাত্ৰ-ছাত্ৰী আৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি পাঠশালাৰ বিদ্যালয় তিনিখনে ক’ভিড টেষ্ট কৰিছিল।

উল্লেখ্য যে ৮ গৰাকীকৈ শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ নিশ্চিতভাৱে চিন্তনীয় কিয়নো কম বয়সীয়া ল’ৰা-ছোৱালীৰ বাবে এই ভাইৰাছবিধ যথেষ্ট মাৰাত্মক।

Tags: COVID-19

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd