DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেতন বঞ্চিত কৰ্মৰত শিক্ষকৰ সমস্যা সমাধানৰ দিশত! : ধন্যবাদ জনালে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 11, 2020 4:15 pm
Screenshot_20201011-151917_WhatsApp
420
VIEWS
Share on FacebookShare on Twitter

অসমৰ বেতন বঞ্চিত শিক্ষকৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান হোৱাৰ পথত। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আগবাঢ়িছে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰ।

শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱাভাৱে দিয়া আশ্বাস আৰু বিষয়টো কেবিনেটত অনুমোদনৰ যো-যো চলোৱা কাৰ্যত উৎফুল্লিত হৈ পৰিছে ১,৫৩০ গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষক তথা পৰিয়াল।

শিৱসাগৰত আজি বেতন বঞ্চিত শিক্ষকসকলে অনুষ্ঠিত কৰা এক বিশেষ অনুষ্ঠানত এইসকল শিক্ষকৰ দীৰ্ঘ দিনীয়া সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ি অহাৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষা তথা বিত্ত মন্ত্ৰীক ধন্যবাদ জনায়।

আনহাতে প্ৰাপ্য মজুৰি বিচাৰি ৰাজপথত দীৰ্ঘদিন কৰি অহা প্ৰতিটো আন্দোলনত সহযোগ কৰা সকলো দল সংগঠন তথা ব্যক্তি বিশেষক ধন্যবাদ জনায় ১,৫৩০ গৰাকী বেতন বঞ্চিত কৰ্মৰত শিক্ষকে।

উল্লেখ্য যে সমগ্ৰ অসমত ৪,৩৩৪ গৰাকী বেতন বঞ্চিত শিক্ষকে বিনে বেতনে দীৰ্ঘদিন ধৰি শিক্ষকতা কৰি আহিছে। ইয়াৰে ভিতৰত ১,৫৩০ গৰাকী শিৱসাগৰৰ। আনহাতে শিৱসাগৰৰ বহু কেইগৰাকী শিক্ষক বিনা বেতনে চিকিৎসাৰ অভাৱত মুত্যু হৈছে।

আনহাতে উক্ত অনুষ্ঠানত যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক প্ৰয়াত অশ্বিনী কুমাৰ চেতিয়া আৰু বিনা বেতনেৰে মৃত্যুবৰণ কৰা প্ৰয়াত সতীৰ্থ সকলক শ্ৰদ্ধাঞ্জনি জনায়।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd