• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ বাবে বাতিল সমূহীয়া ঈদৰ নামাজ; সম্পূৰ্ণ জনশূন্য শৌলমাৰী ঈদগাহ ময়দান

ইয়াছিন আলী by ইয়াছিন আলী
May 15, 2021 12:02 pm
IMG_20210515_110935

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ বছৰৰ ১২ মাহৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ এটা মাহ হ’ল ৰমজান মাহ। এই মাহতে বিশ্বৰ মুছলমানসকলে সম্পূৰ্ণ এটা মাহ ৰোজা ৰাখে। এই মাহক ত্যাগ, সংযম আৰু পাপ মোচনৰ মাহ হিচাপেও ইছলামৰ দৃষ্টিত ধৰা হয়।

এই ৰমজান মাহত মুছলমান সকলে প্ৰতি নিশা তিনি বজাত আহাৰ খাই গোটেই দিন সম্পুৰ্ণ লঘোণে থাকে আনকি কিঞ্চিত পৰিমাণে পানীও পান নকৰি সন্ধিয়া মছজিদত আজান দিয়াৰ লগে লগে সামৰ্থ অনুযায়ী বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰি দিনটোৰ বাবে এটা ৰোজা পালন কৰে।

Apply Now

তাৰ পিছত সন্ধিয়া ৭-৩০ বজাত স্থান ভেদে দুই চাৰি মিনিট ইফাল সিফালকৈ ২০ ৰাকাত তাৰাবি নামাজ আদায় কৰে। অৱশ্যে ৰোজা ৰাখি দিনটোত ৰোজাদাৰ ব্যক্তি সকলে পাঁচ ওয়াক্ত নামাজেই আদায় কৰে।

তাৰাবিৰ নামাজৰ পিছত পুনৰ ৰাতি তিনি মান বজাত আহাৰ খাই ৰোজা ৰাখে। এনেদৰে এটা মাহ ১৫ ঘন্টা কেতিয়াবা ১৫ ঘন্টৈতকৈয়ো অধিক সময় একো নোখোৱা কৈ থাকি ৰোজা পালন কৰে।

মাহৰ অন্তিমটো দিনত পুৱা সমূহীয়া ভাৱে ফজৰৰ নামাজ পঢ়ি সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মংগল কামনাৰ্থে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা জনায়। কিন্তু এই বছৰ কৰ’না মহামাৰীৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি সমূহীয়া নামাজ ও সমূহীয়া মোনাজাত বন্ধ ৰখা পৰিলক্ষিত হয়।

ঘৰত থকা গৰু ছাগলীক গা পা ধুৱাই পৰিয়ালৰ সকলোৱে পৰিস্কাৰ পৰিছন্ন কাপোৰ পিন্ধি ঘৰতে তৈয়াৰ কৰা মিষ্টান্ন আহাৰ গ্ৰহণ কৰি পিতৃ-মাতৃৰ লগতে গুৰুজনাৰ চৰণত সেৱা জনাই ঈদগাহলৈ যোৱা হয় যদিও এইবাৰ সম্পুৰ্ণ জনশূন্য দেখা গ’ল শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাৰ সকলো ঈদগাহ ময়দান। সকলোৱে সমূহীয়া নামাজ বাতিল কৰি ঘৰে ঘৰে ২ ৰাকাত ঈদৰ নামাজ আদায় কৰি থকা দেখা গ’ল। নামাজৰ শেষত সকলোৱে  বিশ্ব শান্তিৰ বাবে কৰি নামাজ সমাপ্ত কৰে।

এইবাৰ দেখা নগ’ল ইজনে সিজনক  আলিংগন কৰা, ইজনে সিজনৰ ঘৰত গৈ  মিষ্টান্ন আহাৰ অলপ অলপ হলেও গ্ৰহণ কৰা আদি কিছুমান দৃশ্য।  অৰ্থাৎ ঈদৰ দিনা এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয় যদিও কৰ’নাৰ বাবে ম্লান পৰিছে সকলো উছাহ।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd